গ্ৰন্থ সুবাস

লাইফ অৱ এ ড্ৰাইভাৰ

💐লাইফ অৱ এ ড্ৰাইভাৰ: এক নতুন সোৱাদ💐 ✍️প্ৰণামী গোস্বামী। ২০২০ চনৰ ডিচেম্বৰ মাহৰ ২৮তাৰিখ। বিদ্যালয়ৰ ষ্টাফ্ ৰুমৰ পৰা মোৰ অতিকৈ শ্ৰদ্ধাৰ শ্ৰীযুত ক্ষীৰোদ কুমাৰ গোস্বামী দাদালৈ (পাকুল দা) ফোন লগালোঁ।…

হেইৱা

💐’হেইৱা’ত সন্নিৱিষ্ট হৈছে গল্পৰ দৰে একো একোটা মন-পৰশা কাহিনী; য’ত বনকৰা মানুহৰ আচৰণ, চৰিত্ৰ অথবা জীৱনৰ সূক্ষ্ম পৰ্যবেক্ষণেৰে ড০ স্তুতি ৰঞ্জিত কোঁৱৰে উন্মোচন কৰিছে সেইসকল মানুহৰ এখন বৈচিত্ৰ্যময় অন্তৰ্জগত ।…

লোক কল্পদৃষ্টি

💐💐💐💐💐লোক কল্পদৃষ্টি💐💐💐💐💐 লোকশিল্প আৰু আধুনিক চিত্ৰকলাৰ এগৰাকী ৰসজ্ঞ আৰু বিশিষ্ট সমালোচক হিচাপেও সুপৰিচিত প্ৰখ্যাত কবি নীলমণি ফুকন। অসমৰ লোকশিল্পকলাৰ চৰ্চা আৰু গৱেষণাৰ ক্ষেত্ৰত কবি ফুকনে উল্লেখযোগ্য বৰঙনি আগবঢ়াইছে। ফুকনৰ অসমৰ…

মান্দালয়

💐💐💐গ্ৰন্থ সুবাসৰ উদ্যোগত কিতাপ পঢ়ক আনকো পঢ়ুৱাওক:💐💐💐 💐আজিৰ অতিথি✍ সুকন্যা গাৰ্গী শইকীয়া💐 গ্ৰন্থ : ‘মান্দালয়’। লেখক : মৃণাল তালুকদাৰ। দক্ষিণ আফ্ৰিকাৰ ব্যৱসায়ী জন হিউমৰ “গঁড় খেতি”ৰ কথাও লেখকে লিখিছে।গ্ৰন্থখন পঢ়ি…

জেৰেঙাৰ উচুপনিঃহত্যাকাৰীৰ সন্ধানত

দ্বিতীয়টো সংস্কৰণ প্ৰকাশ পালে,-‘জেৰেঙাৰ উচুপনিঃহত্যাকাৰীৰ সন্ধানত’ শীৰ্ষক উপন্যাস গ্ৰন্থখন। বুৰঞ্জীসিদ্ধ বহুকেইটা তথ্য সন্নিৱিষ্টৰে গ্ৰন্থখনত উল্লেখ কৰিছোঁ যে, জয়মতী কুৱঁৰীক কেৱল চাউদাং, ল’ৰা ৰজা, লালুকসোলা আদি মিলিয়েই হত্যা কৰা নাছিল, হত্যাৰ…

কণ কণ মইনাৰ সাধু

💐💐💐💐কণ কণ মইনাৰ সাধু💐💐💐💐 অকণিৰ মনৰ জগতখন সমৃদ্ধ কৰিবৰ বাবে , তেওঁলোকৰ কল্পনাৰ পৃথিৱীখনৰ বিকাশৰ বাবে সাধুকথাৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য। ” কণ কণ মইনাৰ সাধু ” গ্ৰন্থখনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ মুঠ…

ভ্ৰমণ : থাইলেণ্ড, ইউৰোপ

💐💐💐ভ্ৰমণ : থাইলেণ্ড, ইউৰোপ💐💐💐 লেখিকা : ড০ চন্দনা শৰ্মা প্ৰথম প্ৰকাশ : ২০২১ প্ৰকাশন: পৰিবেশ নিৰীক্ষণ আৰু পৰিচালনা সংস্থা মূল্য: ২৫০.০০ টকা ISBN : 9788192305233 💐ড০ চন্দনা শৰ্মাৰ সদ্য প্ৰকাশিত…

সপোনৰ ডেউকাৰে ইউৰোপলৈ

💐ইটালীৰ পৱিত্ৰ ভূমি ভেনিছ চহৰলৈ। ইটালী, ৰোম, ভেনিছ, ফ্লৰেন্স, মিলান, নেপোলছ, ভেৰনা, পম্পেই, আদি বিখ্যাত চহৰ-নগৰবোৰৰ নাম কৈশোৰৰ দুৱাৰডলিতে শুনিছিলো । আজি যাম ৰোমান সাম্ৰাজ্যৰ ঐতিহাসিক গাঁথাৰে বিধৌত ইটালীলৈ ।…

এফ আই আৰ

💐দধীচি ডিম্পলৰ কাব্যপুথি ‘এফ আই আৰ’ প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে।💐 ২৯ টা মন পৰশা কবিতাৰ এই সংকলনটিত সন্নিৱিষ্ট বেছি সংখ্যক কবিতাৰে ভাব আৰু ভাষাত প্ৰতিবাদ আৰু বিদ্ৰোহৰ সুৰ স্পষ্ট।…

শৈশৱতে ধেমালিতে

💐💐💐💐 মণিকূট প্ৰকাশনৰ গ্ৰন্থ 💐💐💐💐 বিশিষ্ট চকু চিকিৎসক ডাঃ শুভ্ৰ কিঙ্কৰ গোস্বামীৰ শৈশৱ কালৰ ধেমেলীয়া কাহিনীৰ সংকলন ‘শৈশৱতে ধেমালিতে’ কিতাপখন ইতিমধ্যে প্ৰায়ভাগেই সংগ্ৰহ কৰিছে। আমি ভবাতকৈও বেছি ভালকৈ কিতাপখন পাঠকে…