ছিলিকনৰ বুদ্ধ
ছিলিকনৰ বুদ্ধ জনপ্ৰিয় বিজ্ঞান লেখক, কাহিনীকাৰ, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক চাকিল জামালৰ বিদেশৰ পটভূমিত ৰচিত কুৰি বছৰ আগতে প্ৰকাশিত এখন অতি জনপ্ৰিয় বিজ্ঞানভিত্তিক উপন্যাস—’ছিলিকনৰ বুদ্ধ’। ‘জিলিঙনি’ৰ পাতত ধাৰাবাহিককৈ…
