দীপু নম্বৰ টু
ছাৰে অকণমান হাঁহি এটা মাৰি ক’লে- “তেতিয়াহ’লে তই দীপু নম্বৰ টু।” তেতিয়াৰে পৰা দীপু আৰু দীপু হৈ নেথাকিল, হৈ গ’ল দীপু নম্বৰ টু।’ নতুন ঠাইখনত নতুন বন্ধুবোৰৰ স’তে তাৰ ৰোমাঞ্চকৰ…
ছাৰে অকণমান হাঁহি এটা মাৰি ক’লে- “তেতিয়াহ’লে তই দীপু নম্বৰ টু।” তেতিয়াৰে পৰা দীপু আৰু দীপু হৈ নেথাকিল, হৈ গ’ল দীপু নম্বৰ টু।’ নতুন ঠাইখনত নতুন বন্ধুবোৰৰ স’তে তাৰ ৰোমাঞ্চকৰ…
ড° দিলীপ ৰঞ্জন বৰঠাকুৰ এগৰাকী প্ৰথিতযশা নিপুণ তবলাবাদক, গৱেষক, সংগীতবিদ, সংগীত সংগঠক আৰু সংগীতৰ প্ৰচাৰক ৰূপে পৰিচিত। এখেত সাধাৰণ শিক্ষাত পৰিসংখ্যা বিজ্ঞানৰ স্নাতকোত্তৰ। সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ। বৰ্তমান মহাবিদ্যালয়ৰ ন্যাসৰ…
💐💐💐সংবেদনশীল ভিন্নস্বাদৰ লেখা আৰু গল্পৰে নিজা পৰিচয় গঢ়ি তোলা দেৱাংগ পল্লৱ শইকীয়াৰ প্ৰথম গল্প সংকলন- য’ত আছে জীৱনৰ সুক্ষ্ম আৱেগ, পৃথিৱীয়ে নেদেখা জীৱনৰ কিছুমান সত্য, ক’ৰবাত হয়তো আপোনাৰেই কথা।💐💐 দেৱাংগ…
💐”অসমৰ সাধুকথা : ঐতিহ্য আৰু সাম্প্ৰতিক স্থিতি”💐 গ্ৰন্থখনিত অসমীয়া জন-সমাজত প্ৰচলিত সাধুকথা সম্পৰ্কীয় সকলো দিশৰ উপৰি বিভিন্ন জাতি-জনজাতিৰ সাধুকথা সম্পৰ্কে বিশ্লেষণাত্মক দৃষ্টিভংগীৰে আলোচিত হৈছে। নয়নজ্যোতি কলিতাই সম্পাদনা কৰা বৃহৎ কলেৱৰৰ…
দেৰগাঁৱৰ দাধৰা অঞ্চলত জন্ম গ্ৰহণ কৰা অঞ্জন কুমাৰ বৰাই শৈশৱৰ পৰাই সাহিত্য চৰ্চাত মনোনিবেশ কৰি আহিছে। এই পর্যন্ত তেওঁৰ দুই শতাধিক প্রবন্ধ বিভিন্ন কাকত, আলোচনী আৰু সংকলিত গ্রন্থত প্ৰকাশ পাইছে।…
💐শৈশৱ, কৈশোৰ, যৌৱনৰ আবেলিবোৰ যেন হেৰাই যাব ধৰিছে। 💐 আধুনিক জীৱন যাত্ৰাৰ টি ভি, কম্পিউটাৰ, ইন্টাৰনেট, টিউচন, হোম ৱৰ্ক, কৰ্চিং, আৰ্ট ক্লাছ, স্পৰ্টছৰ ধামখুমিয়াত সৰ্বজনৰ সৰ্বকাংক্ষাৰ হেঁচাত আজি আৰু কোনো…
🌹🌹🌹🌹জলতৰঙ্গৰ সুৰ🌹🌹🌹🌹 সন্ত্ৰাসবাদৰ পৰা ব্যক্তিজীৱনলৈকে বিভিন্ন বিষয়বস্তুক লৈ ৰছনা কৰা এই সংকলনৰ গল্পসমূহে অৰূপা পটঙ্গীয়া কলিতাৰ শক্তিশালী সৃষ্টিশীলতাৰ স্বাক্ষৰ বহন কৰিছে। সচৰাচৰ কৰাৰ দৰেই এই গল্পসমূহতো লেখকে আমাৰ সমাজ জীৱনৰ…
💐💐স্বৰ্গদেউ ৰুদ্ৰ সিংহ আৰু শিৱ সিংহৰ ৰাজত্ব কাল:💐💐 আহোমৰ ৰাজত্ব কালত স্বৰ্গদেউ ৰুদ্ৰ সিংহ আৰু শিৱ সিংহৰ ৰাজত্ব কালেই হৈছে ধৰ্ম আৰু সাংস্কৃতিক দিশত গৌৰৱোজ্জ্বল সময়। এই বিষয়ে ডঃ হৰেন্দ্ৰনাথ…
কুৰি শতিকাৰ দ্বিতীয় দশকত কলকাতাৰ অভিজাত ছোৱালী স্কুল ডায়’চেছনৰ শিক্ষণেৰে আলোকপ্রাপ্ত কিশোৰী দেৱবালা দুৱৰা অকালতে ছাত্ৰী জীৱন এৰি হ’বলগীয়া হয়….শিৱসাগৰৰ ৰক্ষণশীল সম্ভ্রান্ত চলিহা পৰিয়ালৰ বোৱাৰী। মুকলি পথাৰত বেডমিণ্টন-টেনিছ খেলা ছোৱালীজনীৰ…
‘তোমাৰ প্ৰেমৰ কবিতাকেইটাৰ ভিতৰত কোনোটোহঁত কবিতাত ভাবৰ অনুভূতিৰ এটা সজীৱতা মাধুৰ্য আছে। প্রেম মানুহৰ এটা চিৰন্তন চেতনা। প্রেমেই মানুহৰ স্বপ্ন আৰু আশা। মই প্রতিজন কবিকেই প্ৰেমিক বুলি ভাবোঁ আৰু ময়ো…
Copyright ©️GRANTHA HUBAKH (গ্ৰন্থ সুবাস). All rights reserved.