ভাল ছাত্র হ’ব নোৱাৰিলোঁ
🌹🌹ভাল ছাত্র হ’ব নোৱাৰিলোঁ🌹🌹 ‘ভাল ছাত্র হ’ব নোৱাৰিলোঁ’-কেৱল লেখকৰ ভাল ছাত্ৰ হ’ব নোৱাৰাৰ কাৰণ অনুসন্ধানৰ দস্তাবেজ নহয়। আত্মানুসন্ধান সমাজ সন্ধানলৈ উত্তীৰ্ণ হোৱা লেখাবোৰত আছে অসমৰ শিক্ষাৰ্থী-শিক্ষক-শিক্ষাব্যৱস্থাৰ অলেখ ডোখৰীয়া জীৱন্ত ছবি।…
