অণুগল্প

ঈছপৰ সাধু

💐💐💐💐💐ঈছপৰ সাধু💐💐💐💐💐 ঈছপৰ সাধুসমূহ মূলতঃ গ্ৰীকমূলীয়। ঈছপ কোন আৰু কেনেদৰে তেওঁ কাহিনীকাৰ হৈছিল এই লৈ বহু কাহিনী-উপ কাহিনীৰ প্ৰচলন আছে। ঈছপৰ সাধুসমূহ ইংৰাজীত মূলতঃ ‘ফেবলছ'( fables) ৰ অন্তৰ্ভুক্ত। ‘ফেবলছ’ৰ চৰিত্ৰসমূহ…