গ্ৰন্থ সুবাস

নিমাতীৰ হাঁহি

দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ উপলক্ষে গ্রন্থ উন্মোচনী সভা ‘সান্নিধ্য’ আৰু ‘নিমাতীৰ হাঁহি’ শীৰ্ষক দুখন গ্ৰন্থ উন্মোচন। দেৰগাঁও সাহিত্য সভাৰ শতবর্ষ উপলক্ষে হাতত লোৱা দুশ খন গ্রন্থ প্রকাশ আঁচনিৰ অধীনত আজি…

কৰিমগঞ্জৰ পৰা ৰে’লেৰে আহোঁতে আহোঁতে

💐💐💐কৰিমগঞ্জৰ পৰা ৰে’লেৰে আহোঁতে আহোঁতে💐💐💐 সনন্ত তাঁতি দাম – ১১০ টকা প্ৰকাশক – আঁক-বাক 💐💐আধুনিক অসমীয়া কবিতাৰ অন্যতম অহংকাৰ সনন্ত তাঁতিৰ কবিতা। বোধকৰোঁ সেইবাবেই আমাৰ হৃদয়ক অহৰহ আলোড়িত কৰাৰ লগতে…

বাইশ গজৰ যুঁজাৰু

💐💐💐অনুৰাধা শৰ্মা পূজাৰীৰ কলমত ‘বাইশ গজৰ যুঁজাৰু’💐💐💐 “ক্ৰিকেট খেলৰ অনুৰাগী বা ক্ৰিকেট খেল ভাল নোপোৱা পাঠকেও পঢ়ি ভাল পাব দিগন্ত ওজাৰ ‘বাইশ গজৰ যুঁজাৰু’ গ্ৰন্থখন৷ এই কিতাপৰ মূল বাক্যশাৰীয়েই হৈছে…

আধুনিক অসমীয়া ভ্ৰমণ সাহিত্য ঐতিহ্য আৰু শিল্প

💐💐পূৰ্বায়ণ প্ৰকাশনৰ পৰা প্ৰকাশিত গ্ৰন্থ ড০ স্মৃতিৰেখা ভূঞাৰ “আধুনিক অসমীয়া ভ্ৰমণ সাহিত্য ঐতিহ্য আৰু শিল্প”।💐💐 বিস্তৃত তথ্য আৰু আলোচনা সমৃদ্ধ এই গৱেষণামূলক গ্ৰন্থখনত অৰুণোদই যুগৰ পৰা সাম্প্ৰতিক সময়লৈকে অসমীয়া ভ্ৰমণ…

সাহিত্য আৰু অনুষঙ্গ

💐💐💐💐সাহিত্য আৰু অনুষঙ্গ💐💐💐💐 অসমীয়া সাহিত্য জগতৰ এগৰাকী অসামান্য প্ৰতিনিধি হৰেকৃষ্ণ ডেকা কবি, গল্পকাৰ হিচাপে যিমানেই প্ৰসিদ্ধ সমানেই প্ৰতিষ্ঠিত এগৰাকী তীক্ষ্ণধী সাহিত্য সমালোচক হিচাপেও। অসমীয়া সাহিত্যৰ গতি-প্ৰকৃতি তথা অসমীয়া সাহিত্য জগতৰ…

বকুলবনৰ সাহিত্য : কবি-নাট্যকাৰ আনন্দচন্দ্ৰ বৰুৱা

💐💐বকুলবনৰ সাহিত্য : কবি-নাট্যকাৰ আনন্দচন্দ্ৰ বৰুৱা💐💐 লেখিকা- ডঃ নমিতা বৰুৱা মূল্য- ৩৫০/ – প্ৰকাশক – পূৰ্বাঞ্চল প্ৰকাশ অসমীয়া সাহিত্যৰ ৰমন্যাসিক শেষ স্তৰৰ অন্যতম কবি, নাট্যকাৰ আনন্দচন্দ্ৰ বৰুৱা বকুলবনৰ কবিৰূপে পৰিচিত।…

প্ৰাচীন ভাৰতৰ ভৰদ্বাজসকল

💐💐💐প্ৰাচীন ভাৰতৰ ভৰদ্বাজসকল💐💐💐 বহু শতিকা প্ৰাচীন ভাৰতীয় সংস্কৃতি গঢ় দিয়াত ভৰদ্বাজসকলৰ অবিস্মৰণীয় অৱদান আছিল৷ বিশিষ্ট সংস্কৃত পণ্ডিত, অধ্যাপক ড॰ থানেশ্বৰ শৰ্মাই সিদ্ধপুৰুষসকলৰ পাৰিবাৰিক ইতিহাস উদ্ধাৰ কৰি বেদৰ অনুপুংখ বিচাৰ, ধৰ্মীয়…

পাশ্চাত্য সাহিত্য : দৃষ্টি আৰু সৃষ্টি

💐পাশ্চাত্য সাহিত্যৰ বহুকেইগৰাকী বৰেণ্য সাহিত্যিকৰ মহৎ সৃষ্টিৰ দৃষ্টি-দৰ্শন সম্বন্ধীয় মননশীল এটি নিবন্ধ সংকলন— “পাশ্চাত্য সাহিত্য : দৃষ্টি আৰু সৃষ্টি”।💐 ড০ ধ্ৰুৱজ্যোতি দাসৰ এই গ্ৰন্থখনি প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ন প্ৰকাশনে। ইয়াত…

বসন্তৰ বাউলী বোকোচাত

💐কৃষ্ণচূড়াৰ দেশৰ অভিজ্ঞতা আৰু উপলব্ধিৰ উপন্যাসোপম বৰ্ণনাৰে এখন ব্যতিক্ৰমী আত্মজীৱনী💐 ড০ প্ৰবীণ চন্দ্ৰ দাসৰ বসন্তৰ বাউলী বোকোচাত দাম : ৩৫০ টকা প্ৰকাশক : পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-০১ আজিয়েই সংগ্ৰহ কৰক…

‘নীল নক্ষত্ৰৰ সুৰ

বিশ্ব গ্ৰন্থ দিৱসৰ দিনা লেখক ৰমেশ চন্দ্ৰ দাস দেৱে ‘নীল নক্ষত্ৰৰ সুৰ’ৰ ওপৰত লিখা দীঘলীয়া আলোচনাটিয়ে মন ভৰাই তুলিলে ৷ যোৱা ২৭ ডিচেম্বৰত বিশিষ্ট চিকিৎসক তথা সাহিত্যিক ডা:শুভ্ৰ কিঙ্কৰ গোস্বামীয়ে…