মাধৱদেৱ
🌹🌹🌹🌹🌹🌹মাধৱদেৱ🌹🌹🌹🌹🌹 ✍️❤️ড° সঞ্জীৱ কুমাৰ বৰকাকতী অসমীয়া জাতিৰ প্ৰাণ প্রতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান সহযোগী আছিল মাধৱদেৱ। মধ্যযুগৰ ভক্তি আন্দোলনলৈ শংকৰদেৱৰ প্রায় সমানেই গুৰুত্বপূৰ্ণ অৱদান আছিল মাধৱদেৱৰ। এইগৰাকী মহাপুৰুষৰে সম্পূৰ্ণ জীৱনী…