গ্ৰন্থ সুবাস

ৰজনীকান্ত বৰদলৈ ৰচনাৱলী

💐💐💐ৰজনীকান্ত বৰদলৈ ৰচনাৱলী💐💐💐 বিশিষ্ট অৱদানৰ জৰিয়তে স্মৰণীয় হৈ ৰোৱা অসমীয়া সাহিত্যিক সকলৰ ভিতৰত ঔপন্যাসিক ৰজনীকান্ত বৰদলৈৰ স্হান সদায় আগত। অসমীয়া উপন্যাস-সাহিত্যৰ প্ৰাণ প্ৰতিষ্ঠাতা ৰজনীকান্ত বৰদলৈদেৱে “মিৰিজীয়ৰি”, “দন্দুৱাদ্ৰোহ”, “ৰঙ্গিলী”, “ৰহদৈ লিগিৰী”,…

তই ক’ত ৰৈ গ’লি কণছোৱালী

💐’তই ক’ত ৰৈ গ’লি কণছোৱালী’ প্ৰীতিমা চাংমাইৰ প্ৰথমখন কাব্য সংকলন।💐 প্ৰথম প্ৰকাশ: ডিচেম্বৰ ২০১৭ প্ৰকাশক: অনুভৱ প্ৰকাশন মূল্য: ৭০.০০ টকা প্ৰীতিমা চাংমাইৰ ৩১ টা কবিতাৰ সংকলন ‘তই ক’ত ৰৈ গ’লি…

হালধীয়া ঘেঁহুৰ পথাৰ আৰু এজাক কাউৰী

💐দেৱীকাই দেখা সপোনবোৰ বাস্তৱত প্ৰায়ে মিলি যায়। তাৰ ভিতৰত এটা সপোন তাই প্ৰায়েই দেখে। এটা লুংলুঙীয়া ৰাস্তাৰ শেষত এখন নৈ, নৈ পাৰ হৈ এটা মন্দিৰ, উত্তৰ পাৰত এখন পাহাৰ— লগত…

ভিভিয়ানৰ লিলি

🌹🌹🌹🌹🌹🌹 পাতনি 🌹🌹🌹🌹🌹🌹 ‘ভিভিয়ানৰ লিলি’ত মোৰ নিৰ্বাচিত উপন্যাস কেইখনমানে ঠাই পাইছে। আটাইকেইখন বিহু সংখ্যাৰ বিশেষ আলোচনীত প্রকাশিত। সাপ্তাহিক জনমভূমিৰ সম্পাদক শ্ৰীদুলাল শর্মাই ২০০১ চনৰ বিহু সংখ্যা ‘জনমভূমি’ত প্ৰথমে মোক ঔপন্যাসিক…

মেগনলীয়া

❤️🌹🌹🌹🌹❤️মেগনলীয়া❤️🌹🌹🌹🌹🌹❤️ স্নিগ্ধ মসৃণ এটি নীৰৱ মুহূৰ্তত হঠাৎ সাৰ পাই উঠিল মনৰ মাজত লুকাই থকা অচিনাকি নীৰৱ মানুহজনী, কবৰীত গুঁজি ল’লে তাই পৃথিৱীৰ তেজেৰে ৰঙা এথোপা কৃষ্ণচূড়া। — ঃ গাই যা…

নিজক সলাওঁ আহক

🌹🌹🌹নিজক সলাওঁ আহক🌹🌹🌹 বৰ্ণালী পূজাৰী অসমীয়া চলচ্চিত্র জগতৰ এক চিনাকি নাম। বিগত পঁচিশ বছৰ ধৰি মূলতঃ চলচ্চিত্র, মঞ্চ, দূৰদৰ্শন, ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে অভিনেত্রী হিচাপে জড়িত হোৱাৰ ওপৰিও বৰ্ণালী পূজাৰী সাদিন…

চ’তৰ উৰহী

🌹🌹🌹 ‘চ’তৰ উৰহী’ অপূর্ব কুমাৰ শ‍ইকীয়াৰ সপ্তম গল্প সংকলন।🌹🌹🌹 শ‍ইকীয়াৰ গল্পৰ ভাষা বহুতৰপীয়া, বুদ্ধিদীপ্ত আৰু সার্বিক। উপমা, উৎপ্রেক্ষা আদি শব্দ আৰু অর্থালংকাৰেৰে গল্পসমূহ প্রসাদ গুণসমৃদ্ধ। অৱচেতনৰ গভীৰ প্ৰচ্ছায়াই আৱৰি ৰখা…

ব্যক্তিত্ব বিকাশৰ ডেৰকুৰি সংকেত

💐ব্যক্তিত্ব বিকাশ (personality development) তথা আত্মোৎকৰ্ষৰ বাবে প্ৰেৰণাদায়ক অসমীয়া ৰচনাৰ ক্ষেত্ৰত লক্ষ্মীনাথৰ ‘কামত কৃতিত্ব লভিবৰ সংকেত’ আৰু ‘বাখৰ’ বাটকটীয়া স্বৰূপ।💐 সত্যনাথৰ ‘সাৰথি’ও এইক্ষেত্ৰত লেখত ল’বলগীয়া ৰচনা। ইয়াৰ পাছত অসমীয়া লেখকৰ…

মৰুভূমিত মেনকা আৰু অন্যান্য

🌹🌹ইংৰাজী সাহিত্যৰ ডক্টৰেট অৰূপা পটঙ্গীয়া কলিতা আধুনিক অসমীয়া সাহিত্যত এক উজ্জ্বল নাম।🌹🌹 পাঠক সমালোচকৰ দ্বাৰা বিপুলভাৱে সমাদৃত এই গৰাকী লেখিকা ইতিমধ্যে কেইবাটাও বঁটাৰ দ্বাৰা সন্মানিত হৈছেঃ ১৯৯৩ ত পশ্চিমবঙ্গৰ সাহিত্য-সেতু…

মিউজিক চেয়াৰ

✍️ কবি লেখক ৰাজীৱ বৰাৰ কথাৰে।🌹🌹 💐”জাগতিক ঘটনা-পৰিঘটনাৰ নিৰীক্ষণ, জীৱন যাত্ৰাত লভা অভিজ্ঞতা আৰু সংবেদনশীলতাই তৰুণ প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতিপূৰ্ণ কবি অভিজিত গগৈৰ কাব্য-চৰ্চাৰ উহ।💐 বাস্তৱিক অভিজ্ঞতা আৰু সমাজমুখী চিন্তাই তেওঁৰ…