গ্ৰন্থ সুবাস

চিত্র-ভাস্কর্য কলাৰ স্রষ্টা আৰু দ্ৰষ্টা

🌹🌹🌹🌹চিত্র-ভাস্কর্য কলাৰ স্রষ্টা আৰু দ্ৰষ্টা🌹🌹 🌹🌹🌹🌹 প্রথম খণ্ড লেখক: সুন্দৰ শ‍ইকীয়া গ্ৰন্থখনিৰ লেখক ন-আলি কুঁৱৰী পুখুৰীৰ বেজ গাঁৱত ১৯৬৬ চনত জন্ম। দেউতাক হ’ল প্রয়াত আদর্শ কৃষক “ তিলোৰাম শ‍ইকীয়া মাতৃ…

স্মৃতি আৰু মগজুৰ শক্তি বৃদ্ধিৰ সহজ কৌশল

💐”স্মৃতি আৰু মগজুৰ শক্তি বৃদ্ধিৰ সহজ কৌশল”💐 এই কিতাপখনত ছয়বাৰকৈ বিশ্ব মেমৰী চেম্পিয়ন হোৱা ডমিনিক অ’ব্ৰিণী, যি স্কুলীয়া জীৱনত ডিছলেক্সীয়া নামৰ আখৰ নিচিনা ৰোগত ভুগিছিল, মেমৰী চেম্পিয়ন জিম কুইক যি…

বাল্মিকী ৰামায়ণ: মত – দ্বিমত আৰু বিশ্লেষণ

💐ড০ মালিনী এগৰাকী অৱসৰপ্ৰাপ্ত বৈজ্ঞানিক। কিন্তু অন্যতম এটি আগ্ৰহ হ’ল মহাকাব্য অধ্যয়ন। আদি কবি বাল্মীকিৰ ৰামায়ণ, আৰু ব্যাসদেৱৰ মহাভাৰত অতি নিষ্ঠাৰে অধ্যয়ন কৰা লেখিকা গৰাকীয়ে মহাকাব্য দুখনৰ কেইবাটাও নাৰী চৰিত্ৰ…

ভাৰতৰ ইতিহাস প্ৰসিদ্ধ কুৰিগৰাকী শাসক

💐ভাৰতৰ ইতিহাস প্ৰসিদ্ধ কুৰিগৰাকী শাসকখৃ: পূ: চতুৰ্থ শতিকাত ভাৰতৰ ইতিহাসত সৰ্বপ্ৰথমে ৰাষ্ট্ৰীয় ঐক্য স্থাপন সম্ভৱ কৰি তোলা চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজত্বকালৰ পৰা ১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰালৈকে বহুতো শাসকে শাসন…

ভক্তি কাব্যত ৰসবোধ

নৱবৈষ্ণৱ যুগৰ ভক্ত কবিসকলৰ কাব্য আৰু সংগীত সাধনাই জনমানসত আলোড়ন তথা জাগৰণ সৃষ্টি কৰি এক সুন্দৰ সামাজিক জীৱন গঢ়ি তুলিবলৈ প্ৰয়াস কৰিছিল। অমূল্য সাহিত্য সম্পদ ভক্তি কাব্যৰ বিকাশ, বৈশিষ্ট আৰু…

তৃতীয়ত্বৰ পৰিসৰ

“এই পৃথিৱীত আমাৰো আছে সন্মানেৰে জীয়াই থকাৰ অধিকাৰ ৷ আমি আমাৰ ইচ্ছাৰে আমি হৈ জন্ম লোৱা নাই ৷ আমিও মানুহ ৷’’ নাৰী আৰু পুৰুষ যদি ’মানুহ’ পৰিচয়ৰ দুটি ভিন্ন ধাৰা…

নিশিগন্ধা

💐ব্যতিক্ৰমী কাহিনীৰ উপন্যাস ” নিশিগন্ধা ” :💐 এটি সমীক্ষাত্মক আলোচনা প্ৰকাশক : ৰেখা প্ৰকাশন ( গুৱাহাটী )পৃষ্ঠা সংখ্যা : ১৭০ মূল্য : ২০০/- মাত্ৰ যুদ্ধ আৰু শান্তি ( লিও টলষ্টয়…

বালিমাহী বালিচাঁহী

🦚🌹বালিমাহী বালিচাঁহী🌹🦚 ডাঃ কুমুদ কুমাৰ দত্ত প্ৰকাশক:- শ্ৰী ৰমেশ প্ৰসাদ লডিয়া সৰস্বতী প্ৰকাশন এখন হাস্যৰসিক কবিতা পুথি। ‘বালিমাহী বালিচাঁহী’ ৰ অন্তৰ্গত দুটা ভাল লগা কবিতা আপোনালোকলৈ…… “টোপনি টোপনি হাড়লি টোপনিসন্ধিয়াতে…

জেনেৰেল জে জে সিং

💐💐💐💐জেনেৰেল জে জে সিং💐💐💐💐 যোগিন্দৰ যশবন্ত সিং চমুকৈ জেনেৰেল জে জে সিং ভাৰতীয় সৈন্যবাহিনীৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তি। কৰ্ণেল ভিচকউণ্ট জন স্মিথৰ মতে ভাগ্যৰ বলত ভাৰতে ভালেকেইজন ভাল সেনাপতি লাভ কৰিছে।…