গ্ৰন্থ সুবাস

হাদিৰাচকীত চন্দ্ৰকান্তৰ সন্ধানত

হাদিৰাচকীত চন্দ্ৰকান্তৰ সন্ধানত 🌹🌹🌹🌹🌹 🌹🌹🌹🌹🌹অসমৰ বেলিমাৰৰ বিৱৰ্ণ ইতিহাস ISBN : 978-93-93820-12-9 ✍️🌹তপন কুমাৰ শৰ্মা মুল্য: ২০০ টকা। “অন্য এটা কথা কৈ থওঁ- এই ঘটনাৰ বছৰচেৰেক আগেয়ে, বদনচন্দ্র গুৱাহাটীৰ বৰফুকন থাকোতে,…

ছাত্ৰ-ছাত্ৰীৰ দৈনিক যোগাভ্যাস

💐💐যোগ হ’ল এনে এটা পদ্ধতি যাৰ দ্বাৰা এজন ব্যক্তিৰ আভ্যন্তৰীণ ক্ষমতাসমূহক সামঞ্জস্যভাৱে বিকাশ ঘটাব পৰা যায়। 💐💐 ইয়াৰ দ্বাৰা সম্পূৰ্ণ আত্ম উপলব্ধি অৰ্জন কৰিব পৰা যায়। সংস্কৃত শব্দ য়োগাৰ অৰ্থ…

ৰাজপুত্ৰ

💐লালকিল্লাৰ সমীপৰ এখন চোৰ বজাৰ; অথবা ৰাস্কিন বণ্ডৰ পুৰণি ঘৰৰ পদূলি পাৰ হৈ যোৱা বহু কাহিনীৰে মণিকুন্তলা ভট্টাচাৰ্যৰ ‘ৰাজপুত্ৰ’; সচৰাচৰ অসমীয়া চুটিগল্পত ভুমুকি নমৰা বিষয়, পটভূমি আৰু চৰিত্ৰৰ নিৰ্মিতিৰে অগতানুগতিক…

ইজৰাইল

💐”ইজৰাইল এখন নতুন দেশ।একালৰ গৃহচ্যুত ইহুদীৰ কৰুণ ইতিহাস ইয়াত মূৰ্ত হৈ আছে।” 💐 এয়া আছিল ‘ইজৰাইল’ গ্ৰন্থৰ লেখক হেম বৰুৱাই গ্ৰন্থখনৰ প্ৰাৰম্ভতে লিখা দুটি বাক্য। ইজৰাইল ভ্ৰমণ কৰি আহি ১৯৬৫…

চৌত এটি চৰাই

💐লেখিকা অপৰাজিতা গগৈ বাইদেউৰ কথাৰে আহকচোন পঢ়োঁ…💐 অসমীয়া কবিতাত এক সুকীয়া শৈলীৰ প্ৰতিভাৰে ভাস্বৰ হৈ উঠা কবি ডাঃ ৰাজীৱ ভট্টাচাৰ্যৰ তৃতীয়খন কাব্যগ্ৰন্থ ‘চৌত এটি চৰাই’ অলপতে পঢ়িলোঁ । মুঠ তিনিকুৰি…

অসমৰ কৃষি

💐💐কৃষি বিষয়ক গ্ৰন্থ ‘অসমৰ কৃষি’।💐💐💐 💐💐💐💐💐ক্ষেত্ৰভিত্তিক অধ্যয়নৰ ভিত্তিত ৰচিত কিতাপখনে ইতিমধ্যে পাঠকৰ সমাদৰ লাভ কৰিছে ৷💐💐💐💐💐 গ্ৰন্থ সুবাস

আসাম বন্ধু

💐💐💐💐💐আসাম বন্ধু💐💐💐💐💐 প্ৰায় এশ পঁইসত্তৰ বছৰ পূৰ্বৰ পৰাই বিভিন্ন সংবাদ পত্ৰ আৰু কাকত-আলোচনীয়ে অসমীয়া সমাজ আৰু সাহিত্যক প্ৰভাৱিত কৰি আহিছে। অসমীয়া আলোচনীৰ পথিকৃতস্বৰূপ ‘অৰুনোদই’ কাকত প্ৰকাশৰ প্ৰায় দুকুৰি বছৰ পিছত…

মোৰ হৃদয়ৰ এমুঠি কবিতা

🌹🌹🌹মোৰ হৃদয়ৰ এমুঠি কবিতা🌹🌹🌹 ✍️❤️অবিনাশ বৰা নৱ-প্ৰজন্মৰ উদীয়মান কবি, প্ৰবন্ধকাৰ, গল্পকাৰ অবিনাশ বৰাৰ পিতৃ খগেশ্বৰ বৰা আৰু মাতৃ দিনেশ্বৰী বৰা। ২০০৮ চনৰ ২৪ এপ্ৰিলৰ দিনা গোলাঘাট জিলাৰ অন্তৰ্গত কাছমাৰীৰ চৰাইমাৰী…

অসমীয়া শিশু সাহিত্য

💐শিশু সাহিত্য বিষয়ক বিস্তৃত আলোচনাৰে সমৃদ্ধ এখনি গৱেষণামূলক গ্ৰন্থ—“অসমীয়া শিশু সাহিত্য”; য’ত শিশু সাহিত্যৰ সংজ্ঞা আৰু স্বৰূপৰ লগতে অসমীয়া শিশু সাহিত্যৰ উদ্ভৱ আৰু ক্ৰমবিকাশ সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হৈছে ।💐…

সপোন

হিৰণ্য কাশ্যপৰ- নৱতম উপন্যাস “সপোন” প্ৰকাশকঃ মণিকূট মূল্যঃ ২২৫ টকা প্ৰচাৰ বিমুখ জনপ্ৰিয় ঔপন্যাসিক হিৰণ্য কাশ্যপৰ নৱতম উপন্যাস— ‘সপোন’। ‘সপোন’এ এতিয়া নতুন ৰূপত আৰু নতুন সংস্কৰণেৰে আকৌ পঢ়ুৱৈৰ মৰম বুটলিবলৈ…