গ্ৰন্থ সুবাস

হিন্দী চিনেমাৰ স্বৰ্ণযুগ

💐💐💐ডঃ হীৰেন গোহাঁয়ে লিখিছে💐💐💐 “বেছ কিছুদিন হ’ল ‘আমাৰ অসম’ত এনী হাজৰিকাই মুম্বাইৰ চিনেমা জগতৰ সংগীতৰ মহান সৃষ্টিশীল শিল্পীসকলৰ (যেনে গায়ক, সুৰকাৰ আৰু পৰিচালক) বিষয়ে প্ৰতি দেওবাৰে বিস্তাৰিতভাৱে লিখিবলৈ লৈছিল। আন…

দ্য ৱন্দাৰ দেট ৱজ ইণ্ডিয়া

💐💐💐দ্য ৱন্দাৰ দেট ৱজ ইণ্ডিয়া💐💐💐💐 এই বৃহৎ গ্ৰন্থখনত প্ৰাচীন ভাৰতৰ সভ্যতা-সংস্কৃতিৰ সকলো দিশ সামৰি লোৱা হৈছে। প্ৰাক-ঐতিহাসিক যুগ, ঐতিহাসিক যুগ, ৰাষ্ট্ৰ,সমাজ, প্ৰাত্যহিক জীৱন, ধৰ্ম, শিল্প-কলা, ভাষা, সাহিত্য আৰু ভাৰতৰ ঐতিহ্য…

উৰহি গছৰ ওৰ

💐💐💐নীলিমা বৰাৰ শিশু গল্পৰ সংকলন ‘উৰহি গছৰ ওৰ’💐💐💐 💐💐💐💐💐আকাশী বেলুন💐💐💐💐💐 “ইমন আৰু ভায়েক নয়নৰ ভাল কাজিয়া এখন লাগিল। ইমনহঁত আগদিনা মাকহতঁৰ লগত পূজা চাবলৈ গৈছিল। ইমনে কেইটামান গেচ দিয়া বেলুন…

শিপাৰ সন্ধানত নৰৱে’লৈ

💐বছৰেকত ছমাহ দিন, ছমাহ ৰাতি হোৱা দেশৰ কথা আপুনি জানেনে ? 💐’মাজ ৰাতিৰ সূৰ্য’, বেলি মাৰ যাব নজনা দৃশ্য আপোনাৰো চোৱাৰ হেঁপাহ আছে নেকি ? 💐পৃথিৱীৰ শেষ ৰাস্তা ক’ত আছে?…

সোণৰ খাৰু কলিজাৰ ছাঁ

💐💐💐সোণৰ খাৰু কলিজাৰ ছাঁ💐💐💐💐 যুগে যুগে প্ৰেমৰ যুগলবন্দীয়ে সমাজিক জীৱনত আৰ্হি আৰু প্ৰেৰণা স্বৰূপে কাম কৰি আহিছে। ডাণ্ট-বিয়ত্ৰিছ, লেইলা-মজনু, জংকী-পানেই, জয়মতী-গদাপাণিকে আদি কৰি কতজনৰ নাম এখন দীঘলীয়া তালিকা আমাৰ হাতত…

বিজ্ঞানৰ প্ৰগতি

💐💐💐💐💐বিজ্ঞানৰ প্ৰগতি💐💐💐💐💐 বিজ্ঞানৰ প্ৰগতিয়ে মানুহৰ জীৱনৰ মানেই কেৱল উন্নত কৰা নাই, ই মানুহৰ মানসিক স্তৰ, চিন্তাধাৰা আৰু দৰ্শনৰ ওপৰতো বিস্তৰ প্ৰভাৱ পেলাইছে৷ অসমীয়া ভাষাত বিজ্ঞানৰ প্ৰগতিৰ বিষয়ে বিস্তাৰিত তথ্য আৰু…

বংশধ্বজ

💐💐💐💐💐বংশধ্বজ💐💐💐💐💐💐 …জীৱন কাৰো বাবেই ৰৈ নাথাকে। বাচি থকাৰ সংগ্ৰামত জয়ী হ’বলৈ সকলোৱেই নিজৰ পথ নিজেই বিচাৰি ল’ব লাগিব…। সাধাৰণ মানুহৰ জীৱন কাহিনীও অসাধাৰণ হ’ব পাৰে যদি জানিবলৈ চেষ্টা কৰা হয়।…

ইপাৰ সিপাৰ

“… পুৱাৰ নিয়ৰবোৰ ওৰে ৰাতি আকাশৰ তৰাই কন্দা কান্দোন। “ কিতাপো যে মানব সভ্যতাৰ মহত্ত্বপূৰ্ণ সৃষ্টিসমূহৰ অন্যতম সেইয়া প্ৰমাণ কৰি দিয়াৰ দায়িত্ব কেৱল সাহিত্যৰ। লেখিলেই বা ছপালেও জানো সাহিত্য ,…

খেলৰত্ন লাভলীনা

💐’খেলৰত্ন লাভলীনা’ পঢ়িলেনে আপুনি…. 💐সাঁতোৰ শিকিবলৈ পুখুৰী খন্দা ছোৱালীজনী💐 সহযোগী অধ্যাপক, ডি আৰ কলেজ, গোলাঘাট তেতিয়া লাভলীনা সপ্তম শ্ৰেণীৰ ছোৱালী৷ দেউতাক কৰ্মসূত্ৰে দূৰত থাকে বাবে ঘৰত দুই জ্যেষ্ঠ ভগ্নী আৰু…

সত্য এক সুস্বাদু ফল

💐”দুডাল পোন ছিৰিত চলিবলৈআমাৰ জীৱন কি ৰে’লগাড়ীবোজা কঢ়িয়াই উকিয়াই উকিয়াই গৈ থাকিবলৈ? 💐দুটা পোন বাটেৰে গৈ গৈ লগ নোপোৱাতকৈএকা-বেঁকা বাটেৰে গৈ গৈ লগ পোৱা বাখুন্দা-খুন্দলি খোৱা বেছি ভাল। “ ২০০৬…