ভোকৰ ঈশ্বৰ
💐”মই মানুহজনছদ্মবেশী হৈ পৰিছোঁ নেকিযাৰ বাবে ভিতৰৰ আচল মানুহজনঅদৃশ্যমানআৰু ছায়ামূৰ্তিটো–প্ৰতিদ্বন্দী হৈ থিয় দিছে মোৰ আগত।”💐 নিজক লৈ অলেখ প্ৰশ্ন, জীৱনৰ প্ৰতি প্ৰবল ভালপোৱা, এন্ধাৰক নেওচা দি পোহৰৰ নিৰন্তৰ অন্বেষণ– অৰ্জুন…
💐”মই মানুহজনছদ্মবেশী হৈ পৰিছোঁ নেকিযাৰ বাবে ভিতৰৰ আচল মানুহজনঅদৃশ্যমানআৰু ছায়ামূৰ্তিটো–প্ৰতিদ্বন্দী হৈ থিয় দিছে মোৰ আগত।”💐 নিজক লৈ অলেখ প্ৰশ্ন, জীৱনৰ প্ৰতি প্ৰবল ভালপোৱা, এন্ধাৰক নেওচা দি পোহৰৰ নিৰন্তৰ অন্বেষণ– অৰ্জুন…
📌❤️❤️❤️❤️❤️এই গ্ৰন্থখনিত প্ৰথমবাৰৰ বাবে সামৰি লোৱাৰ চেষ্টা কৰা হৈছে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰথমগৰাকী মুখ্য কাৰ্যবাহী সদস্য তথা বৃটিছ শাসিত অসমৰ অসম বিধান পৰিষদলৈ নিৰ্বাচিত কাৰবি জনগোষ্ঠীৰ প্ৰথমগৰাকী বিধায়ক প্ৰয়াত…
🌹🌹🌹🌹🌹মামাং দাইৰ The Black Hill উপন্যাসখনৰ অসমীয়া অনুবাদ সাহিত্য অকাদেমিয়ে কিতাপ আকাৰে প্ৰকাশ কৰিছে।🌹🌹🌹🌹🌹 অনুবাদক: দিগন্ত শইকীয়া।🌹🌹🌹🌹🌹 আন্তৰিক অভিনন্দন।🌹🌹🌹🌹🌹 গ্ৰন্থ সুবাস
🌹❤️🌹❤️মেঘালী দত্ত ঠাকুৰীয়া বাইদেউৰ কথাৰে আহক পঢ়িব।🌹❤️🌹❤️ গ্ৰন্থ আলোচনা কিতাপৰ নাম —- গহ্বৰ ।লেখক —– ড০ ভবেন্দ্ৰ নাথ শইকীয়া ।প্ৰকাশক —— জ্যোতি প্ৰকাশন ।মূল্য —— ১২০’০০ ফাললৈ গৈছিল।শেষত চিকিৎসক সকলে…
💐শ্ৰীমতী ৰূমা ভট্টাচাৰ্য অসমীয়া সাহিত্যৰ এটা প্ৰতিষ্ঠিত নাম৷ 💐মই জানিব পোৱা মতে কৱিতা, উপন্যাস, গল্প, প্ৰবন্ধ আটাইকেইটা শিতানত কলম ধৰি পাইছে৷ সম্প্ৰতি শ্ৰীমতী ৰূমা ভট্টাচাৰ্যই এখন বিশেষ বিষয়ৰ পুথি লিখি…
💐💐ডঃ হীৰেন গোহাঁইৰ সুদীৰ্ঘ পাতনি সহ ডঃপ্ৰফুল্ল মহন্তৰ ‘সমাজ নায়ক শংকৰদেৱ: ঐতিহাসিক প্ৰেক্ষাপট ‘ কিতাপখন প্ৰকাশ পালে ।💐💐 ডঃ গোহাঁইয়ে কিতাপ খনৰ বিষয়ে কৈছে, এইখন কিতাপে অনুসন্ধিসু পাঠকক চিন্তাৰ খোৰাক…
💐💐💐ড০ প্ৰশান্ত কুমাৰ চুতীয়াই অনুবাদ কৰা এখন সংগ্ৰহযোগ্য গ্ৰন্থ ড০ ময়িদুল ইছলাম বড়াৰ ‘আমিৰ হাচান দিহলৱিৰ জীৱন আৰু কৰ্ম’ অলপতে প্ৰকাশ হৈ ওলাল।💐💐💐 গ্ৰন্থ সুবাস
📖কিতাপ পঢ়ি অনুভৱ লিখা🖊️ সামাজিক অনুষ্ঠান গ্ৰন্থ সুবাসৰ উদ্যোগত। নাম-সুনীতি কাকতি বয়স- ৪৭ গাওঁ +ডাকঘৰ-উলাবৰীজিলা-নলবাৰীপিন নং -৭৮১৩৩৯ পেছা-চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ডা: ভৃংগেশ্বৰ শৰ্মা ৰচিত গল্প সংকলন “বিয়লি বেলাৰ গল্প” প্ৰকাশন…
💐আপোনাৰ আশে-পাশে থকা সৰু-সৰু মানুহৰ ভিন্ন চৰিত্ৰবোৰ লগ পাব সদ্য প্ৰকাশিত গল্প-সংকলন ‘দুপৰীয়াৰ ৰ’দ’ত ।💐 এবাৰ পঢ়ি চাবচোন কিজানি আপোনাৰ চিনাকী মুখবোৰ দেখা পায়েই, কিজানি আপুনিও জীৱনৰ বাটত লগ পাইছে…
💐💐💐এখন কিতাপৰ অন্তৰালত💐💐💐 ডঃ ৰক্তিম ৰঞ্জন শইকীয়া। পেচাদাৰী জীৱনত এজন ভূতাত্ত্বিক হোৱা স্বত্তেও ইতিহাস চর্চাৰ ক্ষেত্ৰখনত এই গ্ৰন্থখনৰ লিখকে অনধিকাৰ প্ৰৱেশ কৰিব লগীয়া হোৱাৰ কাৰণটো কিতাপখন পঢ়িবলৈ হাতত লোৱা প্ৰতিজন…
Copyright ©️GRANTHA HUBAKH (গ্ৰন্থ সুবাস). All rights reserved.