
❤️❤️❤️❤️❤️মোৰ গাঁও মোৰ প্ৰাণ❤️❤️❤️❤️❤️
বৰ্ণিল ইতিহাসৰ পম খেদি বাকাইটাৰী
লেখিকা : ড° ৰুমী নাথ
“প্ৰতিখন কিতাপৰ আঁৰত এজন মানুহ থাকে।
মানুহজনৰ আঁৰত এটা জাতি আৰু জাতিটোৰ আঁৰত প্ৰাকৃতিক আৰু সামাজিক বাতাবৰণ থাকে।
অজ্ঞাতসাৰে এই সকলোবোৰৰ প্ৰভাৱ একোখন কিতাপত প্ৰতিফলিত হয়।”
✍️উপেন্দ্ৰ নাথ গোস্বামী
আঞ্চলিক ইতিহাস চৰ্চাই এটা অঞ্চলৰ ইতিহাস নিখুঁত আৰু সুন্দৰ ভাবে তুলি ধৰাৰ উপৰিও সেই অঞ্চলৰ ভাষা, অৰ্থনীতি, সমাজ ব্যৱস্থা তথা লোকসাংস্কৃতিক দিশসমূহ উন্মোচন কৰে।
‘বৰ্ণিল ইতিহাসৰ পম খেদি, বাকাইটাৰী’
