‘শংকৰদেৱ অধ্যয়নত বিসঙ্গতি’ নামৰ গ্রন্থখনৰ দ্বিতীয় সংস্কৰণটো সুদীৰ্ঘ ওঠৰ বছৰৰ পিছত পৰিবৰ্ধিত ৰূপত প্ৰকাশ হৈ ওলাল।

শ্ৰীমন্ত শংকৰদেৱ সম্পৰ্কে বিভিন্ন সময়ত বিভিন্ন লেখকে কৰা ভুল আলোচনা আৰু অপপ্ৰচাৰ সমূহ এই গ্রন্থত স্পষ্টভাৱে দেখুওৱা হৈছে।

প্ৰজ্ঞা মেডিয়া হাইপ (Mediahype Publication)ৰ সৌজন্যত এইবাৰ গ্রন্থখন প্রকাশ হৈছে।

পাঠক সমাজলৈ আগ্রহেৰে গ্রন্থখন আগবঢ়াই দিছো।

আগ্ৰহীসকলে গ্রন্থখন সংগ্ৰহ কৰিবলৈ প্ৰকাশকৰ এই নম্বৰত যোগাযোগ কৰিব পাৰেঃ ৭০০২০১৩৭৮৪ ।

প্ৰকাশকৰ ইমেইল হৈছে– mediahype.guwahati@gmail.com ঠিকনা- প্ৰজ্ঞা মেডিয়া হাইপ, হেমচন্দ্ৰ বৰুৱা পথ, উজানবজাৰ, গুৱাহাটী।

শীঘ্ৰেই আমাজনতো দিয়া হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *