💐💐”পৃথিৱীত প্ৰত্যেকজন এজন জিনিয়াছ ।

কিন্তু আপুনি যদি এটা মাছক তাল গছত উঠাবলৈ চেষ্টা কৰে তেতিয়াহলেটো সি গোটেই জীৱন অপদাৰ্থ হৈয়েই থাকি যাব । “💐💐

এলবাৰ্ট আইনষ্টাইন

“পৃথিৱীৰ সকলো শ্ৰেষ্ঠ আৰু মহান মানুহ দৰিদ্ৰ আৰু অখ্যাত ঠাইৰ পৰা আহে “।

কথাষাৰ ১০০% সত্য আৰু শুদ্ধ।

গ্ৰন্থখন পঢ়িছেনে !

নাই পঢ়া । পঢ়িব ।

Leave a Reply

Your email address will not be published. Required fields are marked *