
❤️❤️❤️❤️গীতি—মঞ্জৰী❤️❤️❤️❤️
✍️🌹সম্পাদক – বিদ্বান বৰদলৈ
সংবাদসেৱী বিদ্বান বৰদলৈৰ জন্ম ১৯৯০ চনত গোলাঘাট জিলাৰ দেৰগাঁৱৰ বাৰেঘৰীয়া গাঁৱত।
ছাত্ৰাৱস্থাৰ পৰাই বিভিন্ন, কাকত, আলোচনীত লিখা মেলা কৰি নিজকে পৰিচয় দিবলৈ সক্ষম হৈছে।
তেখেত অসম সাহিত্য সভাৰ আজীৱন সভ্যৰ লগতে সৰ্বভাৰতীয় সাংবাদিক সংগঠন অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলাৰ সম্পাদক, গোলাঘাট প্ৰেছ ক্লাৱৰ সমন্বয়ক, গোলাঘাট জিলা কবি সন্মিলনৰ কাৰ্যনিৰ্বাহক সদস্যৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত।

