❤️❤️❤️মন্ত্র-সংগ্রহ পুথি🌹🌹🌹🌹

নৰসিংহ মন্ত্ৰ

ক্ষেত্রপাল মন্ত্ৰ

পক্ষীৰাজ মন্ত্ৰ

শ্ৰীৰাম মন্ত্ৰ

শগুনী মন্ত্র

চাপনি মন্ত্র

বিলাহী বেজিনী একত্রে

আপোনাৰ সোনকালে মুখ বা নজৰ লাগে নেকি?

কিবা শুভ কাম হাতত ল’লে সহজতে হৈ নপৰে নেকি?

তেন্তে ঘৰুৱা ভাৱে মন্ত্ৰ পঢ়ি কৰক এই উপায়৷

বহুসময়ত দেখা যায় যে কিবা শুভ কামত ওলায় গলে বা কিবা শুভ কাম হাতত ললে সহজতে হৈ নপৰে।

তেনে ক্ষেত্ৰত বহুসময়ত কোৱা হয় নে নজৰ বা মুখ লগাৰ বাবে এই কাম সমূহ সহজে হোৱা নাই বা কিবা বাধা আহিছে।

বহু সময়ত নজৰ বা মুখ লগাৰ বাবে সঘনাই বেমাৰত পৰা বুলিও কোৱা হয়।

এনে ধৰণৰ যদি সমস্যা সমূহৰ সঘনাই স্বীকাৰ হৈ আছে বা কিবা যদি নিগেটিভ এনাৰ্জিৰ অনুভৱ হৈ আছে তেন্তে এই পদ্ধতিৰে কৰক প্ৰতিকাৰ ৷

ঘৰুৱা ভাৱে মন্ত্ৰ পঢ়ি কৰক প্ৰতিকাৰ৷

ভট্টাচাৰ্য্য এজেঞ্চী

সমুদায় স্বত্ব প্রকাশকৰ

প্রাচীন প্রকাশক, ডিব্ৰুগড়

Leave a Reply

Your email address will not be published. Required fields are marked *