💐💐💐💐💐কৃষ্ণ কৃষ্ণ কৃষ্ণ💐💐💐💐💐

“কৃষ্ণ কৃষ্ণ কৃষ্ণ” সকলোৱে শ্বেয়াৰ কৰক।

💐💐💐কীৰ্ত্তন ঘোষা আৰু নামঘোষা💐💐💐

খ্ৰীষ্ট্ৰীয় পঞ্চদশ শতাব্দীৰ পৱিত্ৰ অসমভূমিত আৱিৰ্ভাব ঘটা শ্ৰীশ্ৰীশংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ ‘ কীৰ্ত্তন ঘোষা ‘আৰু ‘নামঘোষা’ অসমীয়া জাতীয় জীৱনৰ বাবে দুই অক্ষয় বন্তিস্বৰূপ৷

‘কীৰ্ত্তন ঘোষা’ হৈছে মুলতঃ শ্ৰীমদ্ভাগৱতৰ আখ্যান আধাৰিত ভগৱান কৃষ্ণৰ লীলা বিষয়ক ভক্তিগ্ৰন্থ আৰু ‘নামঘোষা’ হৈছে অসমৰ মহাপুৰুষীয়া ধৰ্মমতৰ মাৰ্গদৰ্শক-স্বৰূপ তাত্বিক পুথি৷

‘কীৰ্ত্তন ঘোষা’ আৰু ‘নামঘোষা’ক একেলগ কৰি অসম প্ৰকাশন পৰিষদে ২০০৩ চনতে প্ৰথম প্ৰকাশ কৰি উলিয়াইছিল৷

এই দুয়োখনি গ্ৰন্থৰ ধমীৰ্য় তাৎপৰ্য তথা ইয়াৰ সাহিত্যিক মূল্য বিদ্বৎ সমাজত সদায় সমাদৃত হৈ আহিছে৷

২৬০ টকা মূল্যৰ মহামূল্যৱান গ্ৰন্থখন ইতিমধ্যে বজাৰত উপলব্ধ হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *