💐দ্য ক্ৰছকাৰেণ্টৰ সম্পাদক অৰূপ কলিতাৰ এখন গ্ৰন্থ।💐
কিতাপখনৰ নাম ৰখা হৈছে ‘বাহিৰাবহী’।
বৰ্ণ প্ৰকাশনে কিতাপখন প্ৰকাশ কৰিছে।
ৰাজনীতি, চিনেমা, সাহিত্য, প্ৰেম আদি সমাজত ঘটি থকা ঘটনাবোৰ এজন সাংবাদিকে কেনেকৈ বিশ্লেষণ কৰে, সেই সকলোবোৰ আছে কিতাপখনত।

Copyright ©️GRANTHA HUBAKH (গ্ৰন্থ সুবাস). All rights reserved.