💐💐💐💐💐বাল্মীকিৰ ৰামায়ণ💐💐💐💐

ড০ মালিনী এগৰাকী অৱসৰপ্ৰাপ্ত বৈজ্ঞানিক।

কিন্তু অন্যতম এটি আগ্ৰহ হ’ল মহাকাব্য অধ্যয়ন।

আদি কবি বাল্মীকিৰ ৰামায়ণ, আৰু ব্যাসদেৱৰ মহাভাৰত অতি নিষ্ঠাৰে অধ্যয়ন কৰা লেখিকা গৰাকীয়ে মহাকাব্য দুখনৰ কেইবাটাও নাৰী চৰিত্ৰ ৰ ওপৰত অধ্যয়ন কৰি পাঠক সমাজৰ দ্বাৰা প্ৰশংসিত হৈছে।

নাৰী চৰিত্ৰ ৰ ওপৰত সৃষ্টি কৰা উপন্যাস কেইখন হ’ল “যাজ্ঞসেনী. বিদেহ নন্দিনী, ঋষি ৰাজ কন্যা, মন্দোদৰী ইত্যাদি।

বাল্মিকীৰ ৰামায়ণ: মত দ্বিমত আৰু বিশ্লেষণ এখন গৱেষণা-মূলক গ্ৰন্থ।

বাল্মিকীৰ ৰামায়ণৰ বিভিন্ন দিশ অধ্যয়ন কৰি এই গ্ৰন্থখন প্ৰস্তুত কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *