❤️❤️❤️পূবৰ খিৰিকী পশ্চিমৰ বাৰাণ্ডা আৰু অন্যান্য গল্প❤️❤️❤️

‘পূবৰ খিৰিকী পশ্চিমৰ বাৰাণ্ডা আৰু অন্যান্য গল্প’ সংকলনটিত সন্নিৱিষ্ট গল্পকেইটা কল্পকাহিনী নহয়।

সমাজত সচৰাচৰ ঘটি থকা ঘটনাবোৰৰ বাস্তৱ প্ৰতিফলন।

বিগত দশক কেইটাৰ অসমৰ পৰিৱেশ-পৰিস্থিতি, নগৰীয়া জীৱনত মানুহৰ দুৰ্গতি, বন্ধ হৈ যোৱা উদ্যোগৰ কাৰণে হোৱা মানুহৰ দুঃখ কষ্ট, জন অৰণ্যৰ মাজত লাহে লাহে নিসংগ হৈ পৰা মানুহৰ বেদনা, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত পৰা ৰাজনৈতিক প্ৰভাৱ, খাটি খোৱা মানুহৰ আশা-নিৰাশা আদিৰ জীৱন্ত দলিল এই গল্পসমূহ।

মূলতঃ কৰি প্ৰণয় ফুকনৰ গল্পকেইটাতো কাব্যিক পৰশ বিদ্যমান।

আশাকৰোঁ প্ৰণয় ফুকনৰ কবিতা সংকলন কেইটিৰ দৰেই এই গল্প সংকলনটিও সদাশয় পাঠকে আদৰি ল’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *