💐”স্মৃতি আৰু মগজুৰ শক্তি বৃদ্ধিৰ সহজ কৌশল”💐

এই কিতাপখনত ছয়বাৰকৈ বিশ্ব মেমৰী চেম্পিয়ন হোৱা ডমিনিক অ’ব্ৰিণী, যি স্কুলীয়া জীৱনত ডিছলেক্সীয়া নামৰ আখৰ নিচিনা ৰোগত ভুগিছিল, মেমৰী চেম্পিয়ন জিম কুইক যি স্কুলীয়া জীৱনত অতি গাধা ছাত্ৰৰূপে জনাজাত আছিল, ইউ. এছ মেমৰী চেম্পিয়ন জছোৱা ফয়েৰ যি এজন অতি সাধাৰণ বুদ্ধি বৃত্তিৰ ছাত্ৰ আছিল, এওঁলোকে কেনেদৰে নিজৰ জীৱনলৈ পৰিবৰ্তন আনিলে সেই কৌশল সমূহৰ বিষয়ে আলোচনা কৰা হৈছে।

💐সূচীপত্ৰত💐

💐জিম কুইক আৰু তেওঁ আগবঢ়োৱা দহটা নিয়ম।

💐 ” মুনৱাকিং উইথ আইনষ্টাইন”।
দি আৰ্ট এণ্ড চাইন্স অৱ্ ৰিমেম্বাৰিং এভ্ৰিথিং।

💐স্মৃতি শক্তিৰ ভাষা।

💐বিভিন্ন প্ৰকাৰৰ স্মৃতি কৌশল।

💐বুদ্ধি মাপাংক বনাম আৱেগিক বুদ্ধিমত্তা।

💐মগজুৰ শক্তি বৃদ্ধিৰ বাবে যোগাভ্যাসৰ প্ৰয়োজনীয়তা।

💐ডায়নামিক নিউৰ’বিকছ নাইবা চুপাৰ ব্ৰেইন য়োগা ।

💐সফলতাপ্ৰাপ্তিৰ কেইটামান অতি গুৰুত্বপূৰ্ণ নিয়ম। এই কেইটা বিষয় সন্নিবিষ্ট কৰা হৈছে।

লিখকে নিজেও এই কৌশল সমূহৰ পৰা বহু লাভবান হৈছে।

সেয়েহে, এই গ্ৰন্থৰ জৰিয়তে এই জ্ঞান অসমীয়া পাঠক সমাজলৈ আগবঢ়াই দিয়া হৈছে, যাতে সকলোৱেই ইয়াৰ পৰা উপকৃত হ’ব পাৰে।

আশাকৰো সদাশয় পাঠক বৃন্দই যেন আমাৰ এই প্ৰথম প্ৰয়াসৰ প্ৰতি সহাঁৰি জনায়।

অসমৰ প্ৰতিষ্ঠিত গ্ৰন্থ প্ৰকাশন গোষ্ঠী ষ্টুডেণ্টচ্ ষ্ট’ৰচে্ কিতাপ খন প্ৰকাশ কৰিছে।

প্ৰথম প্ৰকাশ ডিচেম্বৰ , ২০১৯

Leave a Reply

Your email address will not be published. Required fields are marked *