🌹🌹🌹নিজক সলাওঁ আহক🌹🌹🌹

বৰ্ণালী পূজাৰী অসমীয়া চলচ্চিত্র জগতৰ এক চিনাকি নাম।

বিগত পঁচিশ বছৰ ধৰি মূলতঃ চলচ্চিত্র, মঞ্চ, দূৰদৰ্শন, ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে অভিনেত্রী হিচাপে জড়িত হোৱাৰ ওপৰিও বৰ্ণালী পূজাৰী সাদিন কাকতৰ স্তম্ভলেখক।

‘শ্রেষ্ঠ অভিনেত্রী’ হিচাপে ৰাজ্যিক বঁটাপ্রাপক বর্ণালী পূজাৰীৰ ৰচিত গল্পও ইতিমধ্যে বিভিন্ন কাকতত প্ৰকাশ পাইছে।

তেওঁ পৰিচালনা কৰা দুখন চুটি ছবিয়ে আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত সমাদৰ লাভ কৰিছে।

বৰ্ণালী পূজাৰীৰ জীৱনমুখী স্বকীয় শৈলীৰে ৰচিত কবিতাসমূহ পাঠক শ্ৰোতাৰ মাজত সমানেই জনপ্রিয়।

কিছু মৌলিক চিন্তা-প্রশ্ন, জীৱনবোধৰ ব্যতিক্ৰম অনুভৱৰ স্বাক্ষৰ বহন কৰিছে ‘নিজক
সলাওঁ আহক’।

Leave a Reply

Your email address will not be published. Required fields are marked *