💐💐💐বিশ্বৰ দীৰ্ঘতম মহাকাব্য মহাভাৰতৰ কাহিনী বৰ্ণনা কৰা হৈছিল কুৰুক্ষেত্ৰত বিজয়ী পাণ্ডৱসকলৰ পৰিপ্ৰেক্ষাৰে….💐💐

কিন্ত

” ৰ’ল অব্‌ দি ডাইছ “

কুৰুক্ষেত্ৰত পৰাজিত কৌৰৱসকলৰ মহাগাথা।

পাঠকে ইয়াত মহাভাৰতৰ আটাইতকৈ চৰ্চিত আৰু বিতৰ্কিত চৰিত্ৰ ৰাজকুমাৰ দুৰ্যোধনক খলনায়কৰ পৰিবৰ্তে অন্য এক ৰূপত আৱিষ্কাৰ কৰিব।

মহাকাব্যৰ আন কেইটামান পৰাজিত, নিন্দনীয়, অপমানিত আৰু উপেক্ষিত চৰিত্ৰ হ’ল – জৰাসন্ধ, বাসুকী, মায়াসুৰ, জড়া, ৰেৱতী, মহাৰাণী গান্ধাৰী, একলব্য আৰু প্ৰাগজ্যোতিষপুৰৰ ৰাজকুমাৰী ভানুমতী।

তেওঁলোকৰ কণ্ঠস্বৰে পাঠকক সন্মোহিত কৰি তোলাৰ লগতে মনত গভীৰ সাঁচ বহুৱাব।

আৰু আছে বহুতো…..💐💐💐💐

Leave a Reply

Your email address will not be published. Required fields are marked *