💐কবি ৰাজীৱ ফুকনৰ অনুবাদত অসমীয়া সাজেৰে ছপা হৈছে জীবনানন্দ দাশৰ বিখ্যাত কাব্যগ্ৰন্থ ‘বনলতা সেন’।💐

গ্ৰন্থখনৰ ভূমিকাত সাহিত্য অকাডেমি বঁটা বিজয়ী কবি ৰবীন্দ্ৰ সৰকাৰে লিখিছে—“জীবনান্দৰ কবিতাৰ অনুবাদ কৰাটো বৰ দুঃসাহসিক কাম।

ৰাজীৱ কুমাৰ ফুকনে ‘বনলতা সেন’ অনুবাদ কৰি সেই দুৰূহ কামটোকে কৰিলে।

জীবনানন্দৰ কবিতাৰ যি আবেগ,ধ্বনি-মাধুৰ্য আৰু সংগীতময়তা তাক অনুবাদ কৰাৰ যথাসাধ্য চেষ্টা কৰিছে।

ৰাজীৱে তেওঁৰ দায়িত্ব অনুবাদক হিচাপে বৰ নিয়াৰিকৈ পালন কৰিছে।

ৰসগ্ৰাহী পাঠকে কিতাপখন পঢ়িব পাৰে।

ডাক খৰচ সহ কিতাপখন মূল্য ১৫০/- টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *