🌹উপন্যাসৰ নায়িকা ‘সাগৰিকা বৰুৱা’ আইনৰ ছাত্ৰী৷🌹

প্ৰেম,ৰোমান্স আৰু সমাজব্যৱস্থাৰ ওপৰত কবিতা , নিবন্ধ লিখা নিছা তেওঁৰ৷

সাহিত্যচৰ্চা ,অধ্যয়ন আৰু প্ৰেম৷

হৰ্থাৎ অ’চি মানসজ্যোতি চহৰীয়াৰ সান্নিধ্যত আহি তেওঁৰ সৈতে একেলগে ঝুমুৰ নচাৰ মন মাদলৰ তালত নায়িকাৰ ৷

নাজানে নায়িকাই OC ছাৰে কি ফুলৰ সুবাস ভাল পাই?

ৰজনীগন্ধা নে খৰিকাজাঁই?

নে অপৰাধীক নিদ্ৰাহীনতাত ৰাখি তেওঁ ঘোৰ নিদ্ৰাত?

মুঠতে নায়িকাৰ টোপনি হৰি নিছে অ’চি চহৰীয়াই!

💐সাগৰিকাৰ মনৰ খবৰ লবলৈ আপোনাৰ মন গৈছে নেকি !!

লগ কৰিম আহক সাগৰিকাক !!💐

Leave a Reply

Your email address will not be published. Required fields are marked *