July 2025

চন্দন কুমাৰ নেওগ

চন্দন কুমাৰ নেওগ।জন্ম -১৯৬৭জন্মস্থান -শিমলুগুৰি, গহপুৰ।পিতৃ-খগেন নেওগ।মাতৃ-শুভেশ্বৰী নেওগ। বিদ্যালয়ৰ শিক্ষা -নেহেৰু উচ্চ মাধ্যমিক বিদ্যালয়। গুৱাহাটী কমাৰ্চ কলেজৰ পৰা ‘ব্যক্তি পৰিচালনা’ বিভাগত সন্মান সহ স্নাতক।গুৱাহাটীৰ চান্দমাৰীত কোম্পানী চেক্ৰেটেৰী পাঠ্যক্ৰমত নামভৰ্তি ।পাঠ্যক্ৰম…

আকাশ দীপ্ত ঠাকুৰ

নাম ঃ আকাশ দীপ্ত ঠাকুৰপিতাৰ নাম ঃ ৺অজিত চন্দ্ৰ ঠাকুৰমাতাৰ নাম ঃ ৺লক্ষ্মীপ্ৰিয়া ঠাকুৰকৰ্মক্ষেত্ৰৰ ঠিকনা ঃসহকাৰী অধ্যাপক, পদাৰ্থ বিজ্ঞান বিভাগজগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট-১স্থায়ী ঠিকনা ঃডাক ঃ কোৰোকাতলি; বালিগাঁওগাওঁ ঃ দিচৈকাষ;…

কুমুদ বৰা

‘অসমীয়া লেখক-লেখিকাৰ পৰিচয়’ হয়, সজ কামৰ বাবে আগ বঢ়া হৈছে। ভাল পাইছোঁ। আমাকো ইয়াৰ অংশীদাৰ হ’বলৈ আহ্বান জনোৱাত পৰম সুখী হৈছোঁ। সাহিত্যৰ ক্ষেত্ৰখনত আমাৰ অৱদান তেনেই নগন্য। আমি মাত্ৰ মাতৃভাষা…

ড° সঞ্জীৱ কুমাৰ বৰকাকতী

ড০ সঞ্জীব কুমাৰ বৰকাকতীয়ে ১৯৬০ চনত যোৰহাটত জন্মগ্ৰহণ কৰিছিল। কটন কলেজৰ পৰা তেওঁ পদাৰ্থ বিজ্ঞানত সন্মানেৰে স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ জেএনইউৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।…

প্ৰমথ কুমাৰ বৰুৱা

পিতৃ আৰু মাতৃৰ আশীৰ্বাদত এই শুৱনী ধৰাত আবিৰ্ভাৱৰ সৌভাগ্য হৈছিল ১৯৫৮ চনৰ ৫ ডিচেম্বৰত। জ্ঞান চক্ষু মুকলি কৰাৰ পাতনি মেলিছিলো তিনি বছৰ বয়সতে ডিব্ৰুগড়ৰ জ্ঞানদায়িনী মন্দিৰত। পৰৱৰ্তি সময়ত উত্তৰ লখিমপুৰ,…

গ্ৰন্থ সুবাসৰ গৌৰৱ তিলক চন্দ্ৰ নাথ

❤️গ্ৰন্থ সুবাসৰ অন্যতম গ্ৰন্থপ্ৰেমী শ্ৰদ্ধাৰ লেখক তিলক চন্দ্ৰ নাথ দেৱৰ কথাৰে আহকচোন পঢ়িব।🌹 “অসমীয়া লেখক-লেখিকাৰ পৰিচয়” শিতান লৈ তিলক চন্দ্ৰ নাথ ============= গোৱালপাৰা জিলাৰ বগুৱান আৰক্ষী থানাৰ অন্তৰ্গত নাৰাংগাবাৰী গাঁৱত…