June 2025

ৰ’দৰ ফুল নিয়ৰৰ ৰং

💐’বেলিফুলৰ ৰং’ আৰু ‘কাগজৰ নাও’ৰ পাছত নতুন শিশু-উপন্যাস ‘ৰ’দৰ ফুল নিয়ৰৰ ৰং’। শিশুসকলৰ বাবে আন্তৰিকতাৰে কৰা যিকোনো সৃষ্টিয়ে মনলৈ যি নিৰ্মল আনন্দ আনি দিয়ে, সেয়া ভাষাৰে বুজাব নোৱাৰি। প্ৰকাশক ঃ…

জিম’চাঁয়া চ্চু নিজিনেচ্চ

💐দেউৰী সাহিত্য সভাৰ ডিব্ৰুগড় অধিবেশনত আৰু অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনত শ্ৰদ্ধাৰ পঢ়ুৱৈ ৰাইজৰ মাজত বিপুল সমাদৰ লাভ কৰা ৰাজীৱ দেউৰীৰ … 💐💐💐 ” জিম’চাঁয়া চ্চু নিজিনেচ্চ “💐💐💐 গ্ৰন্থ সুবাস

পাহাৰী কন্যা চিত্ৰাঙ্গদা

💐💐ডঃ মালিনীয়ে ইতিমধ্যে ভাৰতীয় মহাকাব্যৰ নাৰী চৰিত্ৰৰ অৱলম্বনত কেইবাখনো উপন্যাস সৃষ্টি কৰিছে।💐💐 তেওঁৰ এই শেহতীয়া উপন্যাসখন মহাভাৰতত বৰ্ণিত মনিপূৰৰ জীয়ৰী চিত্ৰাঙ্গদাৰ জীৱনৰ ভেটিত ৰচনা কৰিছে। 💐 “পাহাৰী কন্যা চিত্ৰাঙ্গদা”।💐 গ্ৰন্থ…

বসন্তৰ বাউলী বোকোচাত

কৃষ্ণচূড়াৰ দেশৰ অভিজ্ঞতা আৰু উপলব্ধিৰ উপন্যাসোপম বৰ্ণনাৰে এখন ব্যতিক্ৰমী আত্মজীৱনী ড০ প্ৰবীণ চন্দ্ৰ দাসৰবসন্তৰ বাউলী বোকোচাত দাম : ৩৫০ টকাপ্ৰকাশক : পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-০১ আজিয়েই সংগ্ৰহ কৰক যৌৱনৰ সকলো…

সূৰ্য্যকুমাৰ ভূঞাৰ জীৱনী সাহিত্য

🪂🪂🪂সূৰ্য্যকুমাৰ ভূঞাৰ জীৱনী সাহিত্য :🪂🪂🪂 অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা ‘সূৰ্য্যকুমাৰ ভূঞাৰ জীৱনী সাহিত্য’ তেওঁৰ আটাইকেইখন প্ৰকাশিত জীৱনী গ্ৰন্থৰ সমষ্টি। যি সময়ত সূৰ্য্যকুমাৰ ভূঞাই জীৱনী ৰচনাত হাত দিছিল সেই সময়ত…

ভালপোৱা

💐” পৃথিৱীৰ প্ৰতিজন পুৰুষকেই হয়তো শৈশৱতে শিকোৱা হয়—পুৰুষে নাকান্দে। নিজকে পুৰুষ বুলি প্ৰতিপন্ন কৰিবলৈ সেয়ে চেপি ৰাখিব লগা হয় কান্দোন । কোনোৱে আজীৱন বুকুত বান্ধি লৈ ফুৰিব লগা হয় শিলৰ…

কৃষক বিদ্রোহী সৈনিক ৰাজন

শ্ৰদ্ধাৰ ড:ধ্ৰৱজ্যোতি বৰা ছাৰ , এইখন ইতিহাস গ্ৰন্থইনে ! মইতো এই গ্ৰন্থখনক তাত্ত্বিক মহাইতিহাস বুলি ক’ম । বিশ্লেষণীয় নহয় , পাঠকীয় দৃষ্টিৰে মই আশ্বৰ্যচকিত , অভিভূত । ক’ত আপোনাৰ চৰণ…

শিমলু সাগৰ

💐‘ভাবনাৰ ওপৰে কি চৰাই উৰিলেদেখোঁ ৰঙা ৰঙা ঠোঁট কবিতা বগীতৰা সোণৰ গিলিপ মৰা কপালত সেন্দূৰৰ ফোঁট…’💐 অসমীয়া কাব্যজগতৰ আটাইতকৈ ‘ষ্টাইলিষ্ট’ কবিসৌৰভ শইকীয়াৰ– ‘শিমলু সাগৰ’ দাম : ১৪০ টকা প্ৰকাশক :…

সপোনৰ দলং আৰু মাজুলীৰ নাও দুৰ্ঘটনা

সপোনৰ দলং আৰু মাজুলীৰ নাও দুৰ্ঘটনা “মাজুলী সম্পৰ্কীয় যিমানবোৰ গ্ৰন্থ এতিয়ালৈকে প্ৰকাশ হৈছে সেইবোৰৰ লেখক আৰু পাঠকৰ গৰিষ্ঠসংখ্যক মাজুলীয়াল বুলিয়েই আমাৰ মনে ধৰে। মাজুলীৰ বাহিৰে-ভিতৰে থকা লেখক-সাহিত্যিকসকলৰ দৃষ্টিৰ বলয়ৰ পৰা…

শংকৰদেৱ অধ্যয়নত বিসঙ্গতি

‘শংকৰদেৱ অধ্যয়নত বিসঙ্গতি’ নামৰ গ্রন্থখনৰ দ্বিতীয় সংস্কৰণটো সুদীৰ্ঘ ওঠৰ বছৰৰ পিছত পৰিবৰ্ধিত ৰূপত প্ৰকাশ হৈ ওলাল। শ্ৰীমন্ত শংকৰদেৱ সম্পৰ্কে বিভিন্ন সময়ত বিভিন্ন লেখকে কৰা ভুল আলোচনা আৰু অপপ্ৰচাৰ সমূহ এই…