May 2025

গীতি মঞ্জৰী

❤️❤️❤️❤️গীতি—মঞ্জৰী❤️❤️❤️❤️ ✍️🌹সম্পাদক – বিদ্বান বৰদলৈ সংবাদসেৱী বিদ্বান বৰদলৈৰ জন্ম ১৯৯০ চনত গোলাঘাট জিলাৰ দেৰগাঁৱৰ বাৰেঘৰীয়া গাঁৱত। ছাত্ৰাৱস্থাৰ পৰাই বিভিন্ন, কাকত, আলোচনীত লিখা মেলা কৰি নিজকে পৰিচয় দিবলৈ সক্ষম হৈছে। তেখেত…

নাৰী : ঊনবিংশ শতিকাৰ পৰা বিংশ শতিকালৈ

💐প্ৰগতিশীল লেখিকা তথা নাৰী অধিকাৰ কৰ্মী জুনু বৰাৰ এখনি গৱেষণাধৰ্মী গ্ৰন্থ ‘নাৰী : ঊনবিংশ শতিকাৰ পৰা বিংশ শতিকালৈ’; য’ত আলোচনা কৰা হৈছে এই সময়ছোৱাই প্ৰতিনিধিত্ব কৰা অসমৰ সমাজ আৰু সেইখন…

লুহিতৰ পাৰে পাৰে লহৰৰ পম খেদি

কিতাপৰ বতৰত এখন ভাল লগা কিতাপৰ খবৰ। নৱপ্ৰজন্মৰ জনপ্ৰিয় লেখক ভ্ৰমণ বিলাসী ধ্ৰুৱজ্যোতি দত্তৰ অৰুণাচল প্ৰদেশৰ দুৰ্গম ঠাইৰ ৰোমাঞ্চকৰ ভ্ৰমণ কাহিনী ‘লুহিতৰ পাৰে পাৰে লহৰৰ পম খেদি’ ফেচবুকত খণ্ড খণ্ডকৈ…

বিষয় সাংবাদিকতা

সাম্প্ৰতিক অসমৰ সাংবাদিকতাৰ যিখন প্ৰতিচ্ছবি, তাক লৈ এফালে যেনেকৈ মানুহৰ মনত আশা-আস্থাৰ সীমাহীন অনুভৱ আছে, তেনেকৈ আছে দ্বিধা-সংশয়ৰো এক বিশাল আয়তন। গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ তিনিটা স্তম্ভ বিধায়িনী, কাৰ্যপালিকা আৰু ন্যায়…

বীৰছা মুণ্ডা

❤️❤️❤️❤️❤️বীৰছা মুণ্ডা❤️❤️❤️❤️❤️ ✍️✍️প্ৰীতিৰেখা ভূঞা অসম প্ৰকাশন পৰিষদ বীৰছা মুণ্ডা ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম যোদ্ধা, ছহিদ বীৰছা মুণ্ডাৰ জীৱনক কেন্দ্ৰ কৰি লিখা এখন উল্লেখযোগ্য গ্রন্থ ‘ বীছা মুণ্ডা’। ‘স্বাধীনতা যুঁ জৰ…

নক্ষত্ৰৰ পোহৰৰ সন্ধানত

❤️ৰুণী ৱাহাবৰ ‘নক্ষত্ৰৰ পোহৰৰ সন্ধানত’ উন্মোচন❤️ ডুমডুমা শতদল শাখা সাহিত্য সভা ভৱনত অনুষ্ঠিত এক গ্রন্থ উন্মোচনী অনুষ্ঠানত গুৱাহাটীৰ প্ৰজ্ঞা মিডিয়া হাইপৰ দ্বাৰা প্ৰকাশিত ৰুণী ৱাহাবৰ প্ৰথমখন গ্ৰন্থ ‘নক্ষত্ৰৰ পোহৰৰ সন্ধানত’…

এমুঠি তৰাৰ জিলিমিলি

💐#মণিকূট_প্ৰকাশনৰ অনবদ্য গ্ৰন্থ সম্ভাৰঃ💐 গ্ৰন্থৰ নামঃ এমুঠি তৰাৰ জিলিমিলি গ্ৰন্থৰ প্ৰকাৰঃ উপন্যাস(মানুহৰ মনোজগতৰ মনস্তাত্বিক বিশ্লেষণৰ অভিনৱ বিষয়বস্তুৰ ওপৰত এখন বিশেষ উপন্যাস) লিখকঃ কুমাৰ কিশোৰ প্ৰকাশকঃ মণিকূট, মথুৰানগৰ, দিছপুৰ, গুৱাহাটী-৬ পৃষ্ঠা…

ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি

💐💐 “সাহসিকতাৰ অন্য এক নাম” : পৰাগ কুমাৰ দাস💐💐 “পৰাগ কুমাৰ দাস কেৱল এজন প্ৰতিভাৱান সাংবাদিকেই নাছিল, তেওঁ আছিল বিৰাট পৰিৱৰ্তনৰ পৰিকল্পনা কৰিব পৰা আৰু তাৰ কাৰণে জীৱনত সকলো সুখ-স্বাচ্ছন্দ্য…

জিৰকেদাম

🌹🌹🌹🌹🌹জিৰকেদাম🌹🌹🌹🌹🌹 ✍️❤️🌹ড° গোপাল চন্দ্ৰ মেধি 🪂🪂🪂অসম প্ৰকাশন পৰিষদ জিৰকেদাম : কাৰবিসকলৰ বাবে শিক্ষা হ’ল সমগ্ৰ জীৱনৰ অভিজ্ঞতা। জনজাতি সকলৰ মাজত সামগ্ৰিকভাৱে শিক্ষাৰ এই ৰূপটোক ধৰি ৰখাৰ বাবে যি এক অনুষ্ঠানৰ…

মন্ত্র-সংগ্রহ পুথি

❤️❤️❤️মন্ত্র-সংগ্রহ পুথি🌹🌹🌹🌹 নৰসিংহ মন্ত্ৰ ক্ষেত্রপাল মন্ত্ৰ পক্ষীৰাজ মন্ত্ৰ শ্ৰীৰাম মন্ত্ৰ শগুনী মন্ত্র চাপনি মন্ত্র বিলাহী বেজিনী একত্রে আপোনাৰ সোনকালে মুখ বা নজৰ লাগে নেকি? কিবা শুভ কাম হাতত ল’লে সহজতে…