May 2025

মাৰ্গাৰেট আৰু এখন পিয়ানো

“হৃদয়ৰ মৰ্মমূল বিদ্ধ কৰা এক বিষাদবোধ আৰু নৈৰাশ্যৰে গধূৰ কৰি ৰখা জ্যোতিষ শিকদাৰৰ গল্পসমূহ বিংশ শতাব্দীৰ তৰুণ প্ৰজন্মৰ লেখকসকলৰ সৃষ্টিৰ মাজত এক স্বকীয় বৈশিষ্ট্যৰে উজ্জ্বল হৈ উঠিছে। জ্যোতিষ শিকদাৰেই সম্ভৱ…

কবিতা কেনেকৈ লিখোঁ

💐”… কবিতা লিখোঁ বুলি যেতিয়া পাহৰি যাওঁ, তেতিয়াই পিছৰ কবিতাটো লিখিবলৈ বহোঁ। 💐কবিতা এটা লিখিবলৈ বহিলে প্ৰথমে মোক জোকাৰি যোৱা বা মনত গভীৰ অভিঘাত সৃষ্টি কৰা ঘটনা, দৃশ্য বা মুহূৰ্তবোৰৰ…

সাগৰতলিৰ শঙ্খ

💐অসমীয়া সাহিত্যৰ এখন অন্যতম শ্ৰেষ্ঠ গ্ৰন্থ 💐সাগৰতলিৰ শঙ্খ💐 সম্পাদনা: ড০ হীৰেন গোহাঁই নতুন পাতনিৰে পৰিমাৰ্জিত ৰূপত দাম: ৩৬০ টকা অসমীয়া সাহিত্যৰ সৰ্বকালৰ শ্ৰেষ্ঠ গ্ৰন্থৰ তালিকা প্ৰস্তুত কৰিলে ড০ হীৰেন গোহাঁই…

মই অৰ্জুন

💐💐💐অসমীয়া ভাষাত মহাভাৰতৰ অৰ্জুন চৰিত্ৰটোক লৈ ৰচিত একমাত্ৰ জীৱনভিত্তিক উপন্যাস ‘মই অৰ্জুন’।💐💐💐 প্ৰকাশক অসম বুক ডিপো, পাণবজাৰ। পৃষ্ঠাৰ সংখ্যা ৬৭৬ মূল্য ৪০০ টকা। অৰ্জুন হ’ল মহাভাৰতৰ এটি কেন্দ্ৰীয় চৰিত্ৰ। পঞ্চ-পাণ্ডৱৰ…

অসমীয়া ভাষাৰ ছেৰা শব্দ কেতবোৰ

কিতাপঃ অসমীয়া ভাষাৰ ছেৰা শব্দ কেতবোৰ লেখকঃ ড০ ভুৱনেশ্বৰ চহৰীয়া প্ৰকাশকঃ মণিকূট মূল্যঃ ১০০.০০ (এশ) টকা আমি যিবোৰ শব্দ ব্যৱহাৰ কৰি থাকোঁ তাৰ কিছুমান কালৰ বুকুত হেৰাই যোৱাটো এটা স্বাভাৱিক…

আৰলেং

💐”মই পাহাৰৰ পৰা ঢপলিয়াই আহিছিলোঁ তোমাৰ উপকূললৈ… ভালপোৱাৰ প্ৰতিটো টোপাল এদিন গজি উঠিছিল সপোনৰ শইচ হৈ চাৰিওফালে ইমান ৰ’দৰ সমাহাৰ! “💐 “আৰলেং”—পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা মণিকা টেৰণপীৰ কাব্য-সংকলটি সন্দৰ্ভত…

চিৰিয়াখানাৰ বেহেলা

🌹❤️🌹❤️🌹❤️🌹মুখবন্ধ❤️🌹❤️🌹❤️🌹 দিলীপ চন্দন এজন প্রতিভাশালী লেখক আৰু সাংবাদিক। কিন্তু মই সদায় এটা কথা অনুভব কৰোঁ যে প্ৰতিভাৰ অনুপাতে তেওঁ যিমান লিখিব লাগিছিল সিমান তেওঁ লিখা নাই। অসমীয়া গল্প আৰু উপন্যাসত…

মানৱ অধিকাৰ এখনি আদি গ্রন্থ

❤️❤️❤️মানৱ অধিকাৰ এখনি আদি গ্রন্থ❤️❤️❤️ মানৱ অধিকাৰ সম্পৰ্কীয় শিক্ষাদানৰ ব্যৱস্থাটো ইতিমধ্যে এই অধিকাৰবোৰৰ সমসাময়িক ধাৰণাটো সকলোৰে বোধগম্য হোৱাকৈ স্পষ্ট কৰি তোলাৰ গোটেই প্ৰক্ৰিয়াটোৰ এটা অবিচ্ছেদ্য অংগ হৈ পৰিছে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ…

সমন্বয় আৰু সাংস্কৃতিক ঐতিহ্যৰ ৰূপৰেখা

প্ৰত্যেক লেখাৰে একো একোটা বিশেষ উদ্দেশ্য থাকে। ‘সমন্বয় আৰু সাংস্কৃতিক ঐতিহ্যৰ ৰূপৰেখা’ প্ৰবন্ধ সংকলনটোত সন্নিবিষ্ট লেখাবিলাকো লেখিকাই তেনে ধৰণৰ উদ্দেশ্য আৰু লক্ষ্য আগত ৰাখিয়েই লিখিছে। সমাজৰ প্ৰতি থকা দায়িত্ববোধো তেওঁৰ…

পখী উৰি যায়

💐💐💐💐💐পখী উৰি যায়💐💐💐💐💐 উপন্যাস লেখকঃ কিশোৰ মনজিৎ বৰা পৃষ্ঠাঃ ৪২৪ প্ৰকাশকঃ পূৰ্বাঞ্চল প্ৰকাশ প্ৰথম প্ৰকাশঃ ২০২১ দ্বিতীয় প্ৰকাশঃ ২০২২ অসমৰ ইমূৰে-সিমূৰে বিয়পি পৰা টে’ট শিক্ষক-শিক্ষয়িত্ৰীসকলৰ জীৱনক লৈ এই উপন্যাস ৰচনা…