March 2025

ৰচনা জেউতি

💗 কিতাপ লিখাৰ অভিযান 💗 💐জয়ন্ত শৰ্মা💐 💐স্মৃতি ৰোমন্থন। হোমেন বৰগোহাঞিৰ এটা লেখা পাইছিলোঁ, কেনেদৰে বৃদ্ধ আৰু তৰুণৰ মাজৰ পাৰ্থক্য উলিয়াব পাৰি। যিয়ে সদায় নিজৰ পুৰণি স্মৃতি ৰোমন্থন কৰি থাকে,…

প্ৰিন্সিপিয়া প্ৰাকৃতিক দৰ্শনৰ গাণিতিক নীতি

💐💐গ্ৰন্থৰ নাম : ‘প্ৰিন্সিপিয়া প্ৰাকৃতিক দৰ্শনৰ গাণিতিক নীতি’💐💐 মূল : আইজাক নিউটন 💐অনুবাদ — ড° জয়ন্ত শৰ্মা, অধ্যাপক, তেজপুৰকেন্দ্ৰীয় বিশ্ববিদ্যালয়, তেজপুৰ ।💐 সম্পাদনা : বসন্ত ডেকা। প্ৰাক্তন সহযোগীঅধ্যাপক, সন্দিকৈ কলেজ,…

এবাৰ উভতি চাওঁ

💐ডঃ নগেন শইকীয়া ছাৰ একাধাৰে গল্পকাৰ, ঔপন্যাসিক, শিক্ষাবিদ, সমালোচক। 💐’মিত-ভাষ’ নামৰ এক শ্ৰেণীৰ নতুন ৰচনাশৈলীৰে তেওঁ অসমীয়া সাহিত্যক নতুনত্ব প্ৰদান কৰে। 💐তেখেতে অসম সাহিত্য সভাৰ ১৯৯৭ চনৰ বিলাসীপাৰা অধিবেশন আৰু…

পৰ্বান্তৰৰ আলেখ্য

💐ডঃ নগেন শইকীয়া ছাৰ একাধাৰে গল্পকাৰ, ঔপন্যাসিক, শিক্ষাবিদ, সমালোচক। 💐’মিত-ভাষ’ নামৰ এক শ্ৰেণীৰ নতুন ৰচনাশৈলীৰে তেওঁ অসমীয়া সাহিত্যক নতুনত্ব প্ৰদান কৰে। 💐তেখেতে অসম সাহিত্য সভাৰ ১৯৯৭ চনৰ বিলাসীপাৰা অধিবেশন আৰু…

ঘাঁহফুলৰ মাজেদি

🌹🌹🌹🌹🌹🌹🌹ঘাঁহফুলৰ মাজেদি🌹🌹🌹🌹 সাম্প্ৰতিক সময়ৰ শক্তিশালী কবি কিশোৰ মনজিৎবৰাৰ পঞ্চম কাব্যগ্রন্থ ঘাঁহফুলৰ মাজেদি অলপতে প্রকাশ পাইছে। আটকধুনীয়াকৈ প্রকাশ কৰা কাব্য সংকলনটিত ২০১৮ চনৰ পৰা ২০২৫ চনলৈ কবিৰ দ্বাৰা ৰচিত ৪৫টা কবিতাই…

ইতিহাসৰ ছাঁ-পোহৰত গৰীয়া-মৰিয়া-দেশী

“মুকুট শৰ্মাদেৱ অসমৰ সাহিত্য জগতৰ এটি সুপৰিচিত নাম আৰু বহুজনৰ বাবে এক আদৰ্শ আৰু প্ৰেৰণাৰ উৎস, লগতে বহুকেইখন বহুমূলীয়া গ্ৰন্থৰ প্রণেতা। ‘ইতিহাসৰ ছাঁ-পোহৰত গৰীয়া-মৰিয়া-দেশী’ তেখেতৰ নতুন সংযোজন। এই গ্ৰন্থখনৰ পাণ্ডুলিপিটো…

তুমি কিয় নোৱাৰিবা

💐💐💐💐 ‘তুমি কিয় নোৱাৰিবা’💐💐💐💐 ছাত্ৰ-ছাত্ৰীৰ উপযোগীকৈ লেখা গ্ৰন্থ ৷ 💐💐’ৰেখা প্ৰকাশন’💐💐 শিক্ষাৰ্থীৰ উপযোগীকৈ লিখা কেইটামান লেখা সংকলন হিচাপে প্ৰকাশ পায় ২০১৯ৰ শেষৰ ফালে ‘তুমি কিয় নোৱাৰিবা’ ৷ আপুনিও আপোনাৰ সন্তানটিক…

নেপথ্যৰ নায়িকা

💐অঞ্জুমণি বৰদলৈৰ এইখন ২য় গল্প সংকলন।💐 💐নগাঁৱৰ আনন্দ প্ৰকাশনে প্ৰকাশ কৰা সংকলনটোত পোন্ধৰটা চুটিগল্প আৰু পোন্ধৰটা অণুগল্প সন্নিৱিষ্ট হৈছে ৷💐 গ্ৰন্থ সুবাস

ডিমাছা ভাষাৰ ভঁৰাল

💐💐💐💐ডিমাছা ভাষাৰ ভঁৰাল💐💐💐💐 অসমৰ তিব্বত-বৰ্মী ভাষা-পৰিয়ালৰ অন্তৰ্গত ডিমাাছাসকল স্বকীয় সাংস্কৃতিক ঐতিহ্যৰে গৰিমামণ্ডিত। এই ঐতিহ্যসম্পন্ন জনগোষ্ঠীটোৰ ভাষাত অভিধান প্ৰণয়ন কৰি প্ৰকাশ কৰাটো ডিমাছা তথা সামগ্ৰিকভাৱে অসমীয়া ভাষাৰ বিকাশৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ…

একচল্লিশ

💐💐💐💐💐💐একচল্লিশ💐💐💐💐💐💐 পূৰ্বায়ণ প্ৰকাশিত এই বছৰৰ এখন উল্লেখযোগ্য গল্প সংকলন হৈছে মল্লিকা হাজৰিকাৰ ‘একচল্লিশ’৷ অসমীয়া গল্প সাহিত্যত মল্লিকা হাজৰিকা ইতিমধ্যেই স্বপৰিচয় প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ একচল্লিশ গল্পকাৰৰ দ্বিতীয় গল্প সংকলন৷ পাঁচ…