ৰাজপুত্ৰ
💐লালকিল্লাৰ সমীপৰ এখন চোৰ বজাৰ; অথবা ৰাস্কিন বণ্ডৰ পুৰণি ঘৰৰ পদূলি পাৰ হৈ যোৱা বহু কাহিনীৰে মণিকুন্তলা ভট্টাচাৰ্যৰ ‘ৰাজপুত্ৰ’; সচৰাচৰ অসমীয়া চুটিগল্পত ভুমুকি নমৰা বিষয়, পটভূমি আৰু চৰিত্ৰৰ নিৰ্মিতিৰে অগতানুগতিক…
💐লালকিল্লাৰ সমীপৰ এখন চোৰ বজাৰ; অথবা ৰাস্কিন বণ্ডৰ পুৰণি ঘৰৰ পদূলি পাৰ হৈ যোৱা বহু কাহিনীৰে মণিকুন্তলা ভট্টাচাৰ্যৰ ‘ৰাজপুত্ৰ’; সচৰাচৰ অসমীয়া চুটিগল্পত ভুমুকি নমৰা বিষয়, পটভূমি আৰু চৰিত্ৰৰ নিৰ্মিতিৰে অগতানুগতিক…
💐আঁক-বাক প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা ‘মোৰ জীৱনটো’য়ে ইতিমধ্যেই সাহিত্য অকাদেমিৰ অনুবাদ বঁটাৰে সন্মানিত হৈছে।💐 টেমছুলা আওৰ আত্মজীৱনী, মূল ইংৰাজী Once Upon a Life গ্ৰন্থৰ লক্ষজ্যোতি গগৈ সন্দিকৈয়ে কৰা অনুবাদ গ্ৰন্থ…
লেখকৰ জন্ম ১৯৭২, বৰপেটাত। বৰপেটা বিদ্যাপীঠৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ এম চি কলেজৰ পৰা স্নাতক সন্মান লাভ কৰে। ১৯৯৪ চনত ‘প্রান্তিক’ত প্ৰথম গল্প প্ৰকাশ পোৱা দাসৰ বৰ্তমানলৈ…
💐ব্যৱস্থাৰ চক্ৰবেহুত আবদ্ধ বুদ্ধি, যোগ্যতা, দৃঢ়তা। চাৰিওফালে কিলবিলাই থকা প্ৰলোভন,উপঢৌকনৰ কীট।তথাপি নিৰাশ নহৈ নিজৰ দক্ষতাৰ ওপৰত বিশ্বাস ৰাখি; ব্যৱস্থাক প্ৰত্যাহ্বান জনাই নিজৰ ধৰণে আগবঢ়ি যোৱা মানুহৰ কাহিনী — জীৱন জিন্দাবাদ।…
💐গ্ৰন্থ: কণবাপুৰ চকুলো (গল্প সংকলন)💐 লেখক: অমল দত্ত প্ৰকাশক: গায়ত্ৰী প্ৰকাশন, গুৱাহাটী পৰিৱেশক: কিৰণ প্ৰকাশন, পানবজাৰ মূল্য: ১৩০.০০ টকা পৃষ্ঠা: ১১২ সমাজৰ বিভিন্ন চৰিত্ৰক আৰু আমি প্ৰায়ে মুখা-মুখি হৈ থকা…
💐💐💐💐💐সংগ্ৰহালয়তত্ত্ব💐💐💐💐💐 পৃথিৱীত সংগ্ৰহালয়ৰ ইতিহাস আৰম্ভ হয় ১৬৮৩ খ্ৰীষ্টাব্দত এছ’মোলিয়ন চাহাব এজনৰ ব্যক্তিগত উদ্যোগত সংগৃহিত সম্পদেৰে। ইংলেণ্ডৰ অক্মফ’ৰ্ড নগৰত স্থাপিত এই সংগ্ৰহালয়টো পোন প্ৰথমবাৰৰ বাবে ৰাইজৰ প্ৰদৰ্শনৰ বাবে খোলা হয়। আমাৰ…
💐💐 চন্দ্ৰ বৰপাত্ৰ গোহাঁইৰ জন্ম হৈছিল ১৯২৯ চনত শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ চেঙেলীবাৰীত। 💐💐 আৰ্থিক দীনতাৰ মাজেৰে জীৱন সংগ্ৰামত ব্ৰতী হৈ তেওঁ ১৯৫৩ চনত অৰুণাচলত শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলে। পৰৱৰ্তী…
💐💐💐💐অসমীয়া সাহিত্যত নদী💐💐💐💐 নদীক কেন্দ্ৰ কৰি প্ৰাচীন কালৰে পৰা সভ্যতা-সংস্কৃতি গঢ়ি উঠাৰ দৰে সাহিত্যৰ সমৃদ্ধিৰ ক্ষেত্ৰতো নদীৰ বৰঙনি প্ৰচুৰ। ক’ৰবাত নদীৰ অৱস্থান যদি সাহিত্যৰ পটভূমিৰ সৈতে সংলগ্ন হৈ আছে, ক’ৰবাত…
💐💐💐💐💐বীৰ চিলাৰায়💐💐💐💐💐 বীৰ চিলাৰায়ৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ। তেওঁৰ পিতৃ ষোলশ শতিকাৰ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ, মাতৃ পদ্মাৱতী আৰু ভ্ৰাতৃ ৰজা নৰনাৰায়ণ। তেওঁ নৰনাৰায়ণৰ সুদক্ষ সেনাপতি আছিল। তেওঁ চিলাৰ দৰে…
💐💐💐💐হাৱা ভাল চলা নাই💐💐💐💐 বিপুল খাটনিয়াৰ দাম – ১৭০ টকা জন্ম ১৯৫৩ চন, তিনিচুকীয়া জিলাৰ দেওশাল চাহ বাগিচাত। ১৯৭৫ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভূতত্ত্ব বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।…
Copyright ©️GRANTHA HUBAKH (গ্ৰন্থ সুবাস). All rights reserved.