পূবৰ খিৰিকী পশ্চিমৰ বাৰাণ্ডা আৰু অন্যান্য গল্প
❤️❤️❤️পূবৰ খিৰিকী পশ্চিমৰ বাৰাণ্ডা আৰু অন্যান্য গল্প❤️❤️❤️ ‘পূবৰ খিৰিকী পশ্চিমৰ বাৰাণ্ডা আৰু অন্যান্য গল্প’ সংকলনটিত সন্নিৱিষ্ট গল্পকেইটা কল্পকাহিনী নহয়। সমাজত সচৰাচৰ ঘটি থকা ঘটনাবোৰৰ বাস্তৱ প্ৰতিফলন। বিগত দশক কেইটাৰ অসমৰ…