March 2025

প্লেটফৰ্মৰ মুকুতা

💐”ষ্টেছনৰ প্লেটফৰ্মত থকা মানুহবোৰক বাহিৰৰ ভাল মানুহবোৰে মৰমৰ চকুৰে নাচায়।💐💐 বেয়া মানুহ বুলি ভাবে। সংসাৰত যেন তেওঁলোকেই ভাল। মই দেখা প্লেটফৰ্মৰ মানুহবোৰ দেখোন বহুত ভাল। মনবোৰ মুকলি, বিশাল। কিন্তু প্লেটফৰ্মলৈ…

ভাল ছাত্র হ’ব নোৱাৰিলোঁ

🌹🌹ভাল ছাত্র হ’ব নোৱাৰিলোঁ🌹🌹 ‘ভাল ছাত্র হ’ব নোৱাৰিলোঁ’-কেৱল লেখকৰ ভাল ছাত্ৰ হ’ব নোৱাৰাৰ কাৰণ অনুসন্ধানৰ দস্তাবেজ নহয়। আত্মানুসন্ধান সমাজ সন্ধানলৈ উত্তীৰ্ণ হোৱা লেখাবোৰত আছে অসমৰ শিক্ষাৰ্থী-শিক্ষক-শিক্ষাব্যৱস্থাৰ অলেখ ডোখৰীয়া জীৱন্ত ছবি।…

শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ৰচনাৱলী

💐💐💐শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ৰচনাৱলী💐💐💐 ধৰ্মগুৰু, সংস্কাৰক আৰু নিৰ্গুণ ভক্তিবাদৰ প্ৰবক্তা শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ ৰচনা সমগ্ৰ ভক্ত সকলৰ বাবে যিদৰে পূজ্য ,সাহিত্য ৰসিকৰ বাবেও একেদৰেই গুৰুত্বপূৰ্ণ। এই সাহিত্যৰাজিৰ জৰিয়তে শ্ৰীশ্ৰী অনিৰুদ্ধদেৱে মায়ামৰা পন্হৰ…

মিৰি জীয়ৰী

গ্ৰন্থ – মিৰি জীয়ৰী গ্ৰন্থকাৰ- ৰজনীকান্ত বৰদলৈ ‘মিৰি জীয়ৰী’ উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ সাহিত্যিক জীৱনৰ প্ৰথম অৱদান। প্ৰথম সামাজিক উপন্যাস হিচাপে মিৰি জীয়ৰী উপন্যাসখনে অসমীয়া সাহিত্য জগতত এক বিশিষ্ট স্থান…

সাহিত্য, সমাজ আৰু সাহিত্যতত্ত্ব

💐”সাহিত্য, সমাজ আৰু সাহিত্যতত্ত্ব” সাহিত্য আৰু সমাজ বিষয়ক এটি মননশীল প্ৰবন্ধ সংকলন। জুৰি দত্তৰ এই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে।💐 তিনিটা ভাগত বিভক্ত প্ৰবন্ধলানিৰ ‘সাহিত্যতত্ত্ব’ শীৰ্ষক প্ৰথম ভাগটোত নাৰীবাদ,…

সোণ হৰিণৰ চেঁকুৰ

💐💐💐গ্ৰন্থ সুবাসৰ উদ্যোগত কিতাপ পঢ়ক আনকো পঢ়ুৱাওক:💐💐💐 💐আজিৰ অতিথি✍ সুকন্যা গাৰ্গী শইকীয়া💐 💐আমি নৱপ্ৰজন্মই বৰ্তমান সোণৰ হৰিণ বিচৰাতে অগ্ৰসৰ হৈ থকা নাই জানো!💐 গ্ৰন্থ : সোণ হৰিণৰ চেঁকুৰ। লেখিকা :…

চীজ টিউলিপ কেনাল আৰু অন্যান্য

গ্ৰন্থ-বাৰ্তাঃ কিতাপৰ নাম– #চীজটিউলিপকেনাল_আৰুঅন্যান্য” লেখকঃ ড৹ ৰাণী মুদিয়াৰ ডেকা প্ৰথম প্ৰকাশঃ নৱেম্বৰ, ২০২৩ প্ৰকাশকঃ মণিকূট কিতাপৰ মূল্যঃ ২৫০/-টকা নেদাৰলেণ্ডৰ সেউজ-সুন্দৰ এখন চহৰ ইউট্ৰেখ। সৌন্দৰ্য্য আৰু সম্পদৰ সহবাস, ঐতিহ্য-সংস্কৃতি আৰু প্ৰযুক্তিৰ…

পাতাল গংগা

💐💐💐💐💐”পাতাল গংগা”💐💐💐💐💐 লেখিকা : মুনমী হাজৰিকা ‘পাতাল গংগা’ গল্প সংকলনৰ প্ৰথমৰ পাঁচটা গল্প পঢ়িলোঁ আজি৷ প্ৰতিটো গল্পই অনন্য, একক, ভিন্ন! সোৱাদৰ দিশৰ পৰা অতুলনীয়৷ উপস্থাপন, কাৰিকৰী বা কলা-কৌশলৰ দিশেৰে সবিশেষ…

মোৰো এটা সপোন আছে

💐💐💐💐মোৰো এটা সপোন আছে💐💐💐 মোৰো এটা সপোন আছে আত্মজীৱনীমূলক গ্ৰন্থখন মূলতঃ চাৰিটা খণ্ডত বিভক্ত। এই খণ্ডসমূহো সৰু-বৰ উপ-অধ্যায়ত বিভক্ত। গ্ৰন্থত মুঠ এসত্তৰটা উপ-অধ্যায় আছে। গ্ৰন্থখনৰ প্ৰথমটো খণ্ডৰ শিৰোনাম হৈছে-শৈশৱ। এইটো…

মানসিক স্বাস্থ্য – জীৱনযাপন আৰু সুখৰ মন্ত্ৰ

💐মানসিক স্বাস্থ্য – জীৱনযাপন আৰু সুখৰ মন্ত্ৰ 💐💐💐আৰাধনা বৰুৱা💐💐💐 দাম – ১৫০ টকা প্ৰকাশক – আঁক-বাক মানসিক সমস্যা তথা ৰোগৰ বিষয়ে আলোচনা আৰু নিৰাময়ৰ বিধান থকা কিতাপ অসমীয়া ভাষাত তেনেই…