October 2024

কল্যাণ খৰমান

💐যাদৱ হাজৰিকাৰ ‘কল্যাণ খৰমান’ উপন্যাস💐 পদ্মশ্ৰী ডঃ সূৰ্য হাজৰিকা দেৱৰ অভিমত। ‘এই উপন্যাসখন যাদৱ হাজৰিকাৰ যদিও প্ৰথম উপন্যাস, তথাপিও পঢ়িলে এনে লাগে যেন পাকৈত হাতৰ সংস্পৰ্শত মাটিৰ প্ৰতিমা সদৃশ মানুহৰ…

এজনী মদ বেচা তিৰোতাৰ সাধু

✍️ পাঠক লোহিত ফুকনৰ কথাৰে আহক পঢ়ো। মোৰ দৃষ্টিত অনুৰাধা গগৈৰ ‘এজনী মদ বেচা তিৰোতাৰ সাধু’। “জীৱনে বাৰে বাৰে কোবাই কোঙা কৰি পেলোৱা এজনী নিঃসহায় মহিলাৰ কাহিনী “ এয়া বাস্তৱিক…

ৰংমিলিৰ হাঁহি

💐💐💐💐💐ৰংমিলিৰ হাঁহি💐💐💐💐💐 প্ৰথিতযশা সাহিত্যিক ৰংবং তেৰাঙৰ ‘ৰংমিলিৰ হাঁহি’ উপন্যাসখনে অসমীয়া ভাষা-সাহিত্যত এক উল্লেখযোগ্য স্থান দখল কৰিছে। ‘ৰংমিলিৰ হাঁহি’ উপন্যাসখন হৈছে প্ৰাক- স্বাধীনতা যুগৰ কাৰবি আংলং জিলাৰ পটভূমিত ৰচিত কাৰবি জীৱন-ধাৰাৰ…

নীল প্ৰজাপতি

💐💐💐💐💐নীল প্ৰজাপতি💐💐💐💐💐 উপন্যাস- নীল প্ৰজাপতি ঔপন্যাসিক- অনুৰাধা শৰ্মা পূজাৰী অনুৰাধা শৰ্মা পূজাৰীৰ এখন সুখপাঠ্য উপন্যাস নীল প্ৰজাপতি। বিশ্বায়ন,মুক্ত বানিজ্য ব্যৱস্থাৰ ধামখুমীয়াত আধুনিক সমাজ ব্যবস্থাৰ আমূল পৰিবৰ্তন ঘটিছে। বহুজাতিক সংস্থাৰ হেচাই…

অসমৰ গোর্খাসকলৰ ঐতিহ্যৰ অন্বেষণ

💐” অসমৰ গোর্খাসকলৰ ঐতিহ্যৰ অন্বেষণ”💐 শ্ৰীযুত প্ৰকাশ কৈৰালা দেৱে লিখা এই গ্ৰন্থখন পঢ়ি অসমৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ গোর্খাসকলৰ ঐতিয্যৰ বিষয়ে জানি বহুত ভাল লাগিল। অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি…

আলাপ-প্রলাপ

উমানন্দ কলিতাৰ কাব্য গ্রন্থ ‘আলাপ-প্রলাপ’ উন্মোচন। বিশিষ্ট সাহিত্য-সমালোচক প্রভাত বৰা আৰু জনপ্ৰিয় কৰি প্ৰণৱ কুমাৰ বৰ্মনে যোৰহাট তাৰকাগৃহৰ প্রেক্ষাগৃহত প্রথম যোৰহাট সাহিত্য উৎসৱত কালি উন্মোচন কৰে উমানন্দ কলিতাৰ প্রথম কাব্য…

জল-পদ্ম

💐💐ৰীতা চৌধুৰী বাইদেউৰ ‘জল-পদ্ম’ এখন সুন্দৰ সামাজিক উপন্যাস। হৰেন দুৱৰা টিংৰাই সামাজিক উপন্যাস এই বুলিয়ে ক’লোঁ কিয়নো আমাৰ সমাজৰ লোক সকলে বিপদগ্ৰস্ত লোক সকলৰ পৰা মুনাফা আদায় কৰিব বিচাৰে। ইয়াত…

কিছু কথা কিছু নাটক

💐বাহাৰুল ইছলাম হৈছে অসমৰ এগৰাকী জনপ্ৰিয় চলচ্চিত্ৰ , মঞ্চ অভিনেতা আৰু নাট পৰিচালক তথা লেখক।💐 বাহাৰুল ইছলামে বৰ্তমানলৈ অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাৰ প্ৰায় ৮০খন চলচ্চিত্ৰত অভিনয় কৰিছে। চিগাল থিয়েটাৰ…

ৰাগিণী

🌹❤️❤️❤️❤️❤️❤️ ৰাগিণী🌹❤️❤️❤️❤️❤️❤️ উপন্যাস ✍️জুমি গগৈ প্ৰকাশক: বনলতা, গুৱাহাটী পটভূমি নাহৰকটীয়া মহাবিদ্যালয়। মাতৃহীন নায়িকা ৰাগিণী নাহৰকটীয়া মহাবিদ্যালয়ত পঢ়িবলৈ গৈ লাভ কৰা বন্ধুত্ব আৰু প্ৰেমৰ এক কাহিনী। নিসং জীৱনৰ পৰা বন্ধু আৰু…

ঊষা

💐💐💐💐💐💐ঊষা💐💐💐💐💐💐 ১৮৯৫ চনত ‘জোনাকী’ আৰু ১৮৯২ চনত ‘বিজুলী’ আলোচনী দুখন বন্ধ হোৱাৰ পাছত বাৰ বছৰ ধৰি অসমৰ আলোচনীৰ পথাৰখন উকা হৈ আছিল। এই দীঘলীয়া বিৰতিৰ পাছত আজীৱন সাহিত্যসেৱী ,সাহিত্য কাণ্ডাৰী…