October 2024

কণ কণ মইনাৰ সাধু

💐💐💐💐কণ কণ মইনাৰ সাধু💐💐💐💐 অকণিৰ মনৰ জগতখন সমৃদ্ধ কৰিবৰ বাবে , তেওঁলোকৰ কল্পনাৰ পৃথিৱীখনৰ বিকাশৰ বাবে সাধুকথাৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য। ” কণ কণ মইনাৰ সাধু ” গ্ৰন্থখনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ মুঠ…

ভ্ৰমণ : থাইলেণ্ড, ইউৰোপ

💐💐💐ভ্ৰমণ : থাইলেণ্ড, ইউৰোপ💐💐💐 লেখিকা : ড০ চন্দনা শৰ্মা প্ৰথম প্ৰকাশ : ২০২১ প্ৰকাশন: পৰিবেশ নিৰীক্ষণ আৰু পৰিচালনা সংস্থা মূল্য: ২৫০.০০ টকা ISBN : 9788192305233 💐ড০ চন্দনা শৰ্মাৰ সদ্য প্ৰকাশিত…

সপোনৰ ডেউকাৰে ইউৰোপলৈ

💐ইটালীৰ পৱিত্ৰ ভূমি ভেনিছ চহৰলৈ। ইটালী, ৰোম, ভেনিছ, ফ্লৰেন্স, মিলান, নেপোলছ, ভেৰনা, পম্পেই, আদি বিখ্যাত চহৰ-নগৰবোৰৰ নাম কৈশোৰৰ দুৱাৰডলিতে শুনিছিলো । আজি যাম ৰোমান সাম্ৰাজ্যৰ ঐতিহাসিক গাঁথাৰে বিধৌত ইটালীলৈ ।…

এফ আই আৰ

💐দধীচি ডিম্পলৰ কাব্যপুথি ‘এফ আই আৰ’ প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে।💐 ২৯ টা মন পৰশা কবিতাৰ এই সংকলনটিত সন্নিৱিষ্ট বেছি সংখ্যক কবিতাৰে ভাব আৰু ভাষাত প্ৰতিবাদ আৰু বিদ্ৰোহৰ সুৰ স্পষ্ট।…

শৈশৱতে ধেমালিতে

💐💐💐💐 মণিকূট প্ৰকাশনৰ গ্ৰন্থ 💐💐💐💐 বিশিষ্ট চকু চিকিৎসক ডাঃ শুভ্ৰ কিঙ্কৰ গোস্বামীৰ শৈশৱ কালৰ ধেমেলীয়া কাহিনীৰ সংকলন ‘শৈশৱতে ধেমালিতে’ কিতাপখন ইতিমধ্যে প্ৰায়ভাগেই সংগ্ৰহ কৰিছে। আমি ভবাতকৈও বেছি ভালকৈ কিতাপখন পাঠকে…

ত্তাই খাময়াং বুৰঞ্জী

💐চাও লুং চুকাফাৰ সান্নিধ্যত অসম আৰু অৰুণাচল প্ৰদেশৰ ত্তাই খাময়াংসকলৰ ইতিবৃত্ত চৈমেত বাইলুংৰ ত্তাই খাময়াং বুৰঞ্জী (চিতৌ ত্তাই খাময়াং) মূল্য : ১৯০/- টকা ত্তাই খাময়াং বুৰঞ্জী গ্ৰন্থখন বহুকেইটা দিশৰ পৰা…

মণিৰাম দেৱান

💐💐💐💐💐মণিৰাম দেৱান💐💐💐💐💐 প্ৰায় পাহৰণিৰ গৰ্ভলৈ গুচি যোৱা মণিৰাম দেৱানৰ বহু কাৰ্যকলাপ নতুনকৈ উদ্ধাৰ কৰি বুৰঞ্জীবিদ বেণুধৰ শৰ্মাই প্ৰস্তুত কৰিছিল ‘ মণিৰাম দেৱান’ গ্ৰন্থখন। এই গ্ৰন্থখনক মণিৰাম দেৱানৰ জীৱনী হিচাপে প্ৰতিষ্ঠা…

দৌলযাত্ৰা

এনাজৰী, বৰপেটাৰ ‘দৌলযাত্ৰা’ শীৰ্ষক পুস্তিকা উন্মোচন এনাজৰী, বৰপেটাৰ দশম প্ৰকাশ ‍ ‘দৌলযাত্ৰা’ শীৰ্ষক পুস্তিকাখনি ২৪ মাৰ্চত দৌল উৎসৱৰ গন্ধোৎসৱৰ পুৱা বৰপেটা সত্ৰৰ কৰাপাটৰ সম্মুখত বৰপেটা সত্ৰৰ পূজ্যপাদ ডেকা সত্ৰীয়া শ্ৰীযুত…

অকণিৰ মৌকোঁহ

💐💐’অকণিৰ মৌকোঁহ’ — এটি পৰ্যালোচনা💐 ‘অকণিৰ মৌকোঁহ’ লেখিকা মাখনী গোস্বামী শৰ্মাৰ তৃতীয়খন গ্ৰন্থ। ‘ভাগৱতৰ কথা’ আৰু ‘স্বাক্ষৰ’ নামৰ গল্প সংকলনখনৰ পাছত এই গ্ৰন্থখন প্ৰকাশ কৰাৰ কথা মনলৈ আহে। এই গ্ৰন্থখন…

‘অৰণ্যৰ ৰ’দ বৰষুণ

💐হাজাৰ বছৰৰ অসমৰ প্ৰকৃতিৰ ইতিবৃত্ত ‘অৰণ্যৰ ৰ’দ বৰষুণ’ এক ব্যতিক্ৰমী বিষয় সম্বলিত মনোৰম গ্ৰন্থ; য’ত অসমৰ পৰিৱেশ আৰু প্ৰকৃতিক সমাজ আৰু সাহিত্যৰ পৃষ্ঠভূমিত ৰাখি ভিন্ন দৃষ্টিকোণেৰে বিশ্লেষণাত্মক ৰূপত আলোচনা কৰা…