October 2024

অসমৰ সাধাৰণ জ্ঞানৰ পৰিচয়

🌹🌹অসমৰ সাধাৰণ জ্ঞানৰ পৰিচয়🌹🌹 ‘অসমৰ সাধাৰণ জ্ঞানৰ পৰিচয়’ৰ চতুৰ্থ সংস্কৰণ গ্ৰন্থখনে এ.পি.এছ.চি.য়ে অনুষ্ঠিত কৰা সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাকে ধৰি ৰাজ্যখনৰ ভিতৰত অনুষ্ঠিত প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা বিদ্যাৰ্থীসকলৰ বাবে এখন…

মনস্বিনী

💐💐লেখিকা নমিতা নাথৰ কথাৰে আহকচোন পঢ়োঁ…..💐💐💐 কিতাপৰ নাম–মনস্বিনী লেখিকা-ডাঃ মিনতি দাস প্ৰকাশন-মণিকূট প্ৰকাশন পৃষ্ঠা-৩৬৩ মূল্য-২৭০/- ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ আবাসী সকলৰ মনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ প্ৰতি যি ধৰণৰ (যেনে- জংঘলী,…

কেৰিয়াৰ হাতপুথি

💐হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত কি পঢ়িব ? 💐 ডঃ বুলজিৎ বুঢ়াগোহাঁই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ১। ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আই.টি.আই.ৰ বিভিন্ন ট্রেডত ২। পলিটেকনিকৰ বিভিন্ন…

বৰৰজা প্ৰমথেশ্বৰী

💐💐💐💐বৰৰজা প্ৰমথেশ্বৰী💐💐💐💐 গৌৰৱোজ্জ্বল অসমৰ ইতিহাসৰ গৌৰৱোজ্জ্বল চৰিত্ৰ বৰৰজা প্ৰমথেশ্বৰী। অসমৰ প্ৰথম মহিলা শাসক। আধুনিক সমাজৰ পৃষ্ঠপোষক, নাৰী শিক্ষাৰ বাটকটীয়া ফুলেশ্বৰী কুঁৱৰীৰ চৰিত্ৰটি কিছু ম্লান পৰি ৰোৱা পৰিলক্ষিত হয়। সাহিত্যৰ ক্ষেত্ৰত…

নিমাতীৰ হাঁহি

দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ উপলক্ষে গ্রন্থ উন্মোচনী সভা ‘সান্নিধ্য’ আৰু ‘নিমাতীৰ হাঁহি’ শীৰ্ষক দুখন গ্ৰন্থ উন্মোচন। দেৰগাঁও সাহিত্য সভাৰ শতবর্ষ উপলক্ষে হাতত লোৱা দুশ খন গ্রন্থ প্রকাশ আঁচনিৰ অধীনত আজি…

কৰিমগঞ্জৰ পৰা ৰে’লেৰে আহোঁতে আহোঁতে

💐💐💐কৰিমগঞ্জৰ পৰা ৰে’লেৰে আহোঁতে আহোঁতে💐💐💐 সনন্ত তাঁতি দাম – ১১০ টকা প্ৰকাশক – আঁক-বাক 💐💐আধুনিক অসমীয়া কবিতাৰ অন্যতম অহংকাৰ সনন্ত তাঁতিৰ কবিতা। বোধকৰোঁ সেইবাবেই আমাৰ হৃদয়ক অহৰহ আলোড়িত কৰাৰ লগতে…

বাইশ গজৰ যুঁজাৰু

💐💐💐অনুৰাধা শৰ্মা পূজাৰীৰ কলমত ‘বাইশ গজৰ যুঁজাৰু’💐💐💐 “ক্ৰিকেট খেলৰ অনুৰাগী বা ক্ৰিকেট খেল ভাল নোপোৱা পাঠকেও পঢ়ি ভাল পাব দিগন্ত ওজাৰ ‘বাইশ গজৰ যুঁজাৰু’ গ্ৰন্থখন৷ এই কিতাপৰ মূল বাক্যশাৰীয়েই হৈছে…

আধুনিক অসমীয়া ভ্ৰমণ সাহিত্য ঐতিহ্য আৰু শিল্প

💐💐পূৰ্বায়ণ প্ৰকাশনৰ পৰা প্ৰকাশিত গ্ৰন্থ ড০ স্মৃতিৰেখা ভূঞাৰ “আধুনিক অসমীয়া ভ্ৰমণ সাহিত্য ঐতিহ্য আৰু শিল্প”।💐💐 বিস্তৃত তথ্য আৰু আলোচনা সমৃদ্ধ এই গৱেষণামূলক গ্ৰন্থখনত অৰুণোদই যুগৰ পৰা সাম্প্ৰতিক সময়লৈকে অসমীয়া ভ্ৰমণ…

সাহিত্য আৰু অনুষঙ্গ

💐💐💐💐সাহিত্য আৰু অনুষঙ্গ💐💐💐💐 অসমীয়া সাহিত্য জগতৰ এগৰাকী অসামান্য প্ৰতিনিধি হৰেকৃষ্ণ ডেকা কবি, গল্পকাৰ হিচাপে যিমানেই প্ৰসিদ্ধ সমানেই প্ৰতিষ্ঠিত এগৰাকী তীক্ষ্ণধী সাহিত্য সমালোচক হিচাপেও। অসমীয়া সাহিত্যৰ গতি-প্ৰকৃতি তথা অসমীয়া সাহিত্য জগতৰ…

বকুলবনৰ সাহিত্য : কবি-নাট্যকাৰ আনন্দচন্দ্ৰ বৰুৱা

💐💐বকুলবনৰ সাহিত্য : কবি-নাট্যকাৰ আনন্দচন্দ্ৰ বৰুৱা💐💐 লেখিকা- ডঃ নমিতা বৰুৱা মূল্য- ৩৫০/ – প্ৰকাশক – পূৰ্বাঞ্চল প্ৰকাশ অসমীয়া সাহিত্যৰ ৰমন্যাসিক শেষ স্তৰৰ অন্যতম কবি, নাট্যকাৰ আনন্দচন্দ্ৰ বৰুৱা বকুলবনৰ কবিৰূপে পৰিচিত।…