October 2024

বনৰীয়া গোলাপৰ সুবাস

অধ্যয়নে দিয়া বিশাল ব্যাপ্তিক জীৱনৰ অভিজ্ঞতাৰ লগত গভীৰভাৱে সংপৃক্ত কৰি লিখা প্ৰবন্ধ আৰু ৰচনাৰ জৰিয়তে অৰ্ণৱ শ‍ইকীয়াই ইতিমধ্যে অসমীয়া non-fiction সাহিত্যত এক বিশেষ স্থান উলিয়াই ল’বলৈ সক্ষম হৈছে। সাহিত্য, শিল্প-কলাৰ…

মিচিক

🌹কবি প্ৰয়াগ শ‍ইকীয়াৰ মিচিক’: ধুনীয়া আৰু জ্ঞানী ছোৱালীজনী (এক কাব্যিক কথকতা) কাব্যিক অন্বেষণৰ এই নিবিড় যাত্ৰাত কবিয়ে অন্বেষণ কৰিছে প্ৰেমৰ অর্থ-বৈভৱ, স্পৰ্শ কৰিব বিচাৰিছে প্ৰেমৰ সেই আশ্চর্য-মধুৰ শিহৰণ— একেলগে— সপোনে…

যি কথা ক’বলৈ মন যায়

🌹🌹🌹🌹🌹 যি কথা ক’বলৈ মন যায়🌹🌹🌹🌹 ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এসময়ৰ সমাজতত্ত্ব বিভাগৰ গৱেষক ছাত্ৰ, পৰৱৰ্তী কালত নিজৰ বিভাগৰে এগৰাকী কৃতী শিক্ষক তথা মুৰব্বী অধ্যাপকৰ দায়িত্ব পালন কৰিও সমাজতত্ত্ব বিষয়ক কেইবাখনিও গুৰুত্বপূৰ্ণ…

যোগাযোগ কলা

💐💐💐💐💐অতি প্ৰাচীন কালৰে পৰা বৰ্তমান সময়লৈকে যোগাযোগ ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰি আহিছে।💐💐 যোগাযোগ অবিহনে মানৱ সভ্যতাই কেতিয়াও প্ৰগতিৰ জখলাত আগবাঢ়িব নোৱাৰে। এজন ব্যক্তি বা যিকোনো কাৰ্যৰ সফলতা নিৰ্ভৰ বাবে…

তিমিৰ ফাবিয়া

সত্তৰৰ দশকতে ‘অগ্রদূত’ত ‘পিনিক’ নামে এটা কবিতাবে আত্ম প্ৰকাশ কৰাৰ পিছত গুৱাহাটীৰ পৰা প্ৰকাশিত কবিতা দত্ত সম্পাদিত ‘পান্থপাদপ’ত নিয়মীয়াকৈ কবিতা লিখিবলৈ লয় এই উপন্যাসৰ লেখক অৰুণ শ‍ইকীয়াই। পৰৱৰ্তী আশীৰ দশকত…

লাভ ইন দ্য টাইম অৱ কলেৰা

🌹🌹 ‘লাভ ইন দ্য টাইম অৱ কলেৰা’ মূলতঃ 🌹🌹 এখন প্ৰেমৰ উপন্যাস। One Hundred Years of Solitude শীৰ্ষক উপন্যাসখনৰ বাবে ১৯৮২ চনত সাহিত্যৰ নোবেল বঁটাৰে সন্মানিত গেব্রিয়েল গার্ডিয়া মার্কেজৰ উপন্যাসসমূহৰ…

অভিমন্যুৰ প্ৰতি

‘অভিমন্যুৰ প্ৰতি’ সংকলনখনিত সন্নিবিষ্ট কবিতা কেইটিৰ ৰচয়িতা অৰুণ শ‍ইকীয়াৰ প্ৰথম কবিতাটি সত্তৰ দশকতে প্রকাশ পাইছিল বার্তালোচনী ‘অগ্রদূত’ত। পাছলৈ তেওঁ ‘পান্থপাদপ’ত ভালেখিনি কবিতা লিখে। আশীৰ দশকৰ আৰম্ভণিতে তেওঁ নাটক লিখাত মনোনিবেশ…

গিজু ভাই বাধেকা

🌹🌹🌹🌹গিজু ভাই বাধেকা🌹🌹🌹🌹 ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত মণ্টেছৰী আৰ্হিৰ শিক্ষা ব্যৱস্থাৰ বাটকটীয়া আছিল গিজুভাই বাধেকা। ব্যক্তিগতভাবে তেখেতে উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা আছিল যদিও শিশুসকলৰ সামগ্রিক উৎকর্ষ সাধন আৰু শিক্ষাৰ প্ৰতিহে অধিক…

ৰতন টাটা

🌹🌹🌹🌹🌹 ৰতন টাটা🌹🌹🌹🌹🌹 সেই দিনবোৰ গ’ল যেতিয়া ভাৰতক সাপ নচুৱাৰ দেশ হিচাপে দেখা গৈছিল৷ বিশ্বৰ দ্বিতীয় সর্বাধিক প্রগতিশীল ভাৰতো ৰতন টাটাৰ দৰে বিশ্বস্তৰীয় অর্থনীতি, উদ্যোগপতিৰ ঘৰ৷ ৰতন টাটা হৈছে বিশ্বৰ…

ফাগুনৰ সৰাপাত

🌹🌹লেখিকা শ্ৰীমতী ইভা ৰাণী দাসে নিজকে প্রথমে কবি হিচাপে পৰিচয় দাঙি ধৰে ইউটিউব চেনেল ‘Kobita Production’-ৰ মাধ্যমেৰে।🌹🌹 ‘নীল আকাশত সেউজীয়া সপোন’ তেখেতৰ প্ৰথম কাব্যগ্রন্থ। ২০১৮ চনত ‘বিদেশৰ মাটিত মোৰ অনুভূতি’…