October 2024

শিমলু সাগৰ

” …আৰু পিয়াহৰ মৰুভূমি পাৰ হৈ হৈ এইখন শিমলু সাগৰ ৷ মোৰ প্ৰথম কাব্য সংকলন ৷ সংকলন নহয় যেনিবা মোৰ জুইলগা যৌৱনৰ প্ৰথমটো উশাহ ৷ “💐💐💐 সৌৰভ শইকীয়া💐💐💐 পূৰ্বায়ণ প্ৰকাশনে…

ব্ৰাজুকা সুন্দৰী

💐💐 ড° হীৰেন গোহাঁই ছাৰৰ কথাৰে আহকচোন পঢ়োঁ ৷ 💐💐 ‘সৌৰভ, প্ৰথমে মই তোমাক অভিনন্দন জনাইছোঁ ৷ ‘ব্ৰাজুকা সুন্দৰী’খন ভাল হৈছে ৷ কিতাপখনৰ কবিতাখিনি তুমি ভালকৈ লিখিছা ৷ তাৰ আন…

মেছিয়া

💐💐খোজ পাব্লিকেশ্বনৰ দ্বাৰা প্ৰকাশিত কুসুমাঞ্জলি শৰ্মাৰ উপন্যাস “মেছিয়া”💐💐 অনন্য উপস্থাপন আৰু সাৱলীলভাৱে ৰচনা কৰা মেছিয়া এখন ব্যতিক্ৰমী উপন্যাস। আত্মসন্মানবোধ উপন্যাসৰ অন্য এক বিষয়বস্তু। এগৰাকী নাৰীৰ অবলা হ’ব পাৰে পৰিস্থিতি সাপেক্ষে।…

যাত্ৰাৰ শেষ নাই

ড০ লোহিত দত্ত বৰুৱাৰ উপন্যাস “যাত্ৰাৰ শেষ নাই” প্ৰকাশকঃ মণিকূট মূল্যঃ ২৫০.০০ টকা ড০ লোহিত দত্ত-বৰুৱাৰ ‘যাত্ৰাৰ শেষ নাই’ উপন্যাসখনৰ অন্তৰ্ভাগ গঢ় লৈ উঠিছে লেখকৰ শৈশৱতে আৰম্ভ হৈ এতিয়াও শেষ…

অন্য এক গতি

🔷🔷 এখনি বিশেষ গ্ৰন্থৰ পুনঃ প্ৰকাশৰ বতৰাঃ যশস্বী চিত্ৰশিল্পী নীলপৱন বৰুৱাদেৱক আমি তেখেতৰ অনবদ্য চিত্ৰশিল্পৰ মাজেৰেই মনত পেলাওঁ। কিন্তু আমি বহুতেই নাজানো যে শিল্পী বৰুৱাদেৱে তেখেতৰ জীৱিত কালত সম্পূৰ্ণ আত্মপ্ৰত্যয়েৰে,…

ছিলিকনৰ বুদ্ধ

ছিলিকনৰ বুদ্ধ জনপ্ৰিয় বিজ্ঞান লেখক, কাহিনীকাৰ, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক চাকিল জামালৰ বিদেশৰ পটভূমিত ৰচিত কুৰি বছৰ আগতে প্ৰকাশিত এখন অতি জনপ্ৰিয় বিজ্ঞানভিত্তিক উপন্যাস—’ছিলিকনৰ বুদ্ধ’। ‘জিলিঙনি’ৰ পাতত ধাৰাবাহিককৈ…

ফালাপ

💐দীপাংক মল্লবৰুৱাৰ নৱতম উপন্যাস ‘ফালাপ’💐 গ্ৰন্থ প্ৰকাশক: মণিকূট প্ৰকাশন ইতিমধ্যে প্ৰান্তিকৰ পাতত প্ৰকাশিত অসমৰ খাৰুৱা তেলৰ অন্বেষণৰ ইতিহাসৰ ওপৰত আধাৰিত উপন্যাস ‘ডিগ বয় ডিগ’ ৰ স্ৰষ্টা, জনপ্ৰিয় লেখক দীপাংক মল্ল…

ৰজা ঐ জৰৌৰৌৱা

🌹🌹🌹পৰজা ঐ জৰৌৰৌৱা🌹🌹🌹 ইতিহাসৰ পৰা আমাৰ বহু কথা শিকিবলগা থাকে। ইতিহাসে বাৰে বাৰে এটা প্ৰমাণ কৰি আহিছে যে নেতৃত্বৰ ভুলৰ বাবে বহু সময়ত বহু কষ্ট আৰু ত্যাগৰ মাজেৰে আগবঢ়া এটি…

সাৰে আছানে জোনাকী পৰুৱা

✍️দিতিমণি গগৈ এগৰাকী প্ৰতিষ্ঠিত লেখিকা তথা অনুবাদক।🌹 তেওঁৰ ইতিমধ্যে প্রকাশিত গ্রন্থকেইখন হ’ল— ইন্টাৰভিউত সফল হ’ব কেনেকৈ, জীৱন আৰু স্বাস্থ্য, পল ডানবাৰ এজন নিগ্রো কবিৰ জীৱন গাথা, মই মালালাই কৈছো আৰু…

ঢেঁকীয়াৰ চহৰ

লেখিকা ড° স্মৃতিমালা শৰ্মা বাইদেউৰ কথাৰে। কিতাপৰ নাম: ঢেঁকীয়াৰ চহৰ লেখকৰ নাম: জয়ন্ত আকাশ কিতাপৰ প্ৰকাৰ: গল্প সংকলন প্ৰকাশক: ৰেইনফৰেষ্ট, লুইতপুৰ, খাৰঘূলি, গুৱাহাটীমূল্য: ২০০.০০ টকাপ্ৰথম প্ৰকাশ: নৱেম্বৰ, ২০১৯ লেখকৰ বিষয়ে:…