
💐ড০ খৰ্গেশ্বৰ ভূঞাই ৰামায়ণী পৰম্পৰাৰ আধাৰত পুনৰ নিৰ্মাণ শৈলীৰ ধাৰণাৰে ৫৫০ পৃষ্ঠাৰ এখন বৃহৎ কলেৱৰৰ উপন্যাস ‘ৰঘুপতি’ ৰচনা কৰিছে।💐
ৰামায়ণৰ মূল কাহিনীভাগ একে ৰাখি উপন্যাসৰ কাহিনীত নতুন দৃষ্টিভংগী আৰোপ কৰা দেখা গৈছে।
উপন্যাসখনৰ যোগেদি ৰামায়ণৰ কাহিনী আৰু ৰাম সম্পৰ্কত নতুন চিন্তা পঢ়ুৱৈ সমাজলৈ আগবঢ়াই দিছে।
