
💐💐স্বৰ্গদেউ ৰুদ্ৰ সিংহ আৰু শিৱ সিংহৰ ৰাজত্ব কাল:💐💐
আহোমৰ ৰাজত্ব কালত স্বৰ্গদেউ ৰুদ্ৰ সিংহ আৰু শিৱ সিংহৰ ৰাজত্ব কালেই হৈছে ধৰ্ম আৰু সাংস্কৃতিক দিশত গৌৰৱোজ্জ্বল সময়।
এই বিষয়ে ডঃ হৰেন্দ্ৰনাথ ফুকনৰ মুল গবেষণা গ্ৰন্থৰ অসমীয়ালৈ অনুবাদ কৰিছে ডঃ মামণি গগৈ বৰগোঁহাইয়ে।
গ্ৰন্থ খনিৰ যোগেদি আহোম যুগৰ এক গৌৰৱোজ্জ্বল সময়ৰ বিষয়ে জানিব পাৰো।
মূল: ডঃ হৰেন্দ্ৰনাথ ফুকন
অনুবাদক: ডঃ মামণি গগৈ বৰগোঁহাই
প্ৰকাশক: পূৰ্বাঞ্চল প্ৰকাশ
মূল্য: ২২০/-

