
💐💐ডঃ হীৰেন গোহাঁইৰ সুদীৰ্ঘ পাতনি সহ ডঃপ্ৰফুল্ল মহন্তৰ ‘সমাজ নায়ক শংকৰদেৱ: ঐতিহাসিক প্ৰেক্ষাপট ‘ কিতাপখন প্ৰকাশ পালে ।💐💐
ডঃ গোহাঁইয়ে কিতাপ খনৰ বিষয়ে কৈছে, এইখন কিতাপে অনুসন্ধিসু পাঠকক চিন্তাৰ খোৰাক আৰু অসমৰ সমাজ ইতিহাস আৰু বৌদ্ধিক ইতিহাসৰ ওপৰত নতুন আলোকপাত কৰিব।

