💐বছৰেকত ছমাহ দিন, ছমাহ ৰাতি হোৱা দেশৰ কথা আপুনি জানেনে ?

💐’মাজ ৰাতিৰ সূৰ্য’, বেলি মাৰ যাব নজনা দৃশ্য আপোনাৰো চোৱাৰ হেঁপাহ আছে নেকি ?

💐পৃথিৱীৰ শেষ ৰাস্তা ক’ত আছে?

💐এই সকলোবোৰ কথা জীয়া কাহিনীৰে লৈ আহি আছে লেখক মহেশ্বৰ বসুমতাৰীৰ ভ্ৰমণ কাহিনী ‘শিপাৰ সন্ধানত নৰৱে’লৈ’।

💐সংগ্ৰহ কৰিবলৈ যোগাযোগ কৰিব পাৰে।

💐ফোন নং ৯৬১৩৫৬৬০৫৭।

💐ডাক খৰছ লেখকে বহন কৰিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *