✍️ কবি লেখক ৰাজীৱ বৰাৰ কথাৰে।🌹🌹

💐”জাগতিক ঘটনা-পৰিঘটনাৰ নিৰীক্ষণ, জীৱন যাত্ৰাত লভা অভিজ্ঞতা আৰু সংবেদনশীলতাই তৰুণ প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতিপূৰ্ণ কবি অভিজিত গগৈৰ কাব্য-চৰ্চাৰ উহ।💐

বাস্তৱিক অভিজ্ঞতা আৰু সমাজমুখী চিন্তাই তেওঁৰ কবিতাত ঠাই উলিয়াই লোৱাৰ বাবেই কবি হিচাবে মুখ দেখুওৱাৰ প্ৰয়োজনীয়তাও তেওঁ উপলব্ধি কৰিব পাৰিছে।

সেয়ে আত্মমগ্ন চেতনাতকৈ বাহিৰৰ কোলাহল তেওঁৰ কাব্যসৃষ্টিৰ প্ৰেৰণাদায়ক উৎস হৈ উঠিছে…।”

Leave a Reply

Your email address will not be published. Required fields are marked *