💐বিষয়বস্তুৰ বৈচিত্ৰ্য, অভিনৱ কথনভংগী আৰু নেৰেটিভৰ চমৎকাৰিত্বৰে পাঠকক ইতিমধ্যে আকৰ্ষিত কৰা জিন্তু গীতাৰ্থৰ গল্পসংকলন ‘মন মৰা তৰা’ এতিয়া বজাৰত সকলো পাঠকৰ বাবে উপলব্ধ৷💐

💐মূলসুঁতিৰ সমাজৰ একো একোটা উপেক্ষিত, ছাব-অল্টাৰ্ণ চৰিত্ৰৰ তেজ-মঙহৰ যাতনাক কণ্ঠ দিয়া এই বাৰটা গল্পই কেৱল বাৰটা জীৱনেই নহয়, বহুধাবিভক্ত সমাজ একোখনকো দকৈ খান্দি পাঠকৰ আগত দাঙি ধৰিছে৷💐

Leave a Reply

Your email address will not be published. Required fields are marked *