
💐ভাৰতৰ ইতিহাস প্ৰসিদ্ধ কুৰিগৰাকী শাসক
খৃ: পূ: চতুৰ্থ শতিকাত ভাৰতৰ ইতিহাসত সৰ্বপ্ৰথমে ৰাষ্ট্ৰীয় ঐক্য স্থাপন সম্ভৱ কৰি তোলা চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজত্বকালৰ পৰা ১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰালৈকে বহুতো শাসকে শাসন কৰি গ’ল।💐
ভাৰতৰ ইতিহাসৰ এই সুদীৰ্ঘকালৰ শাসকসকলৰ মাজৰ পৰা কুৰি গৰাকী শাসকক নিৰ্বাচন কৰি তেওঁলোকৰ শাসনকালৰ ঘটনাৱলীৰ প্ৰায় সকলো দিশ সামৰি গ্ৰন্থখনিত আলোচনা কৰা হৈছে।
লেখক: ড০ অজিত কুমাৰ বৰুৱা
প্ৰকাশক: পূৰ্বাঞ্চল প্ৰকাশ
মূল্য: ৩৫০/-

