
💐প্ৰান্তিকৰ আলোচনীত ধাৰাবাহিক ৰূপত প্ৰকাশিত দীপক গগৈৰ প্ৰথমখন উপন্যাস ‘বৰগেঞা’ গ্ৰন্থাকাৰে প্ৰকাশ পালে।
উত্তৰ অসমৰ সোৱণশিৰি আৰু ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ এটা বান বিধ্বস্ত অঞ্চলক পটভূমি হিচাপে লৈ উপন্যাসখনৰ কাহিনী নিৰ্মাণ কৰা হৈছে।
ভাৰতবৰ্ষৰ স্বাধীনতাৰ অগা-পিছা সময়ৰ কথা।
নৈপৰীয়া, অশিক্ষিত গঞা-খেতিয়ক জীৱনৰ কাহিনী উপন্যাসখনে সামৰি লৈছে।
মূল্যঃ ২৫০ টকা

