
❤️❤️❤️❤️❤️বীৰছা মুণ্ডা❤️❤️❤️❤️❤️
✍️✍️প্ৰীতিৰেখা ভূঞা
অসম প্ৰকাশন পৰিষদ
বীৰছা মুণ্ডা
ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম যোদ্ধা, ছহিদ বীৰছা মুণ্ডাৰ জীৱনক কেন্দ্ৰ কৰি লিখা এখন উল্লেখযোগ্য গ্রন্থ ‘ বীছা মুণ্ডা’।
‘স্বাধীনতা যুঁ জৰ অমৃত সন্তান ‘ গ্ৰন্থমালাৰ অন্তৰ্গত এই গ্ৰন্থখন লিখিছে লেখক-সাংবাদিক প্ৰীতিৰেখা ভূঞাই।
বীৰছা মুণ্ডাৰ জীৱনৰ অলেখ ঐতিহাসিক কাহিনী, মহাত্মা বীৰছা, সশস্ত্ৰ আন্দোলন, কাৰাগাৰত তেওঁৰ মৃত্যু আদি অনেক বিষয় শিশু উপযোগীকৈ কিতাপখনত উপস্থাপন কৰা হৈছে।
তথ্যৰ আধাৰত ছহিদগৰাকীৰ জীৱনক তুলি ধৰা হৈছে।
সম্ভৱতঃ অসমীয়া ভাষাত এইগৰাকী ছহিদ জীৱন বিষয়ক গ্রন্থ এয়ে প্রথম।
গ্ৰন্থখন শিশু-কিশোৰৰ লগতে সকলো শ্ৰেণীৰ
পঢ়ুৱৈয়ে আদৰি ল’ব বুলি আমি আশাবাদী।

