
💐মায়া এঞ্জেল’ই কৈছিল, ‘‘নিজৰ অভ্যন্তৰত এটা অকথিত কাহিনী বহন কৰি ফুৰাতকৈ ডাঙৰ যন্ত্ৰণা আন একোৱেই নাই৷’’💐
সংবেদনশীল লেখিকা তথা জ্যেষ্ঠ সাংবাদিক গীতালি শইকীয়াই ঠিক একে ধৰণৰ যন্ত্ৰণা আৰু ক’বলগীয়া বহু কথা বুকুৰ নিভৃত কোণত কঢ়িয়াই লৈ ফুৰে৷
মানুহৰ মাজতেই থাকি ভালপোৱা গীতালি শইকীয়াই নিজৰ অভিজ্ঞতা, জ্ঞান আৰু প্ৰজ্ঞাৰে সমাজ, মানুহ, বিভিন্ন ঘটনা-পৰিঘটনা, সমস্যা আদি বহু বিষয় অতি মনোৰমভাৱে আৰু সহৃদয়তাৰে ডায়েৰীৰ পাতত লিখি আহিছে৷
এই ডায়েৰীৰ প্ৰতিটো পৃষ্ঠাই পঢ়ুৱৈক জীৱন সম্পৰ্কে নতুনকৈ ভাবিবলৈ বাধ্য কৰিব৷
বগলী সূতাৰ চাদৰখন
ড॰ গীতালি শইকীয়া
পূৰ্বায়ণ প্ৰকাশন
দাম ঃ ২৮০ টকা

