
💐💐💐প্ৰসংগ ভূপেন হাজৰিকা💐💐💐
●বিদ্যুৎ কুমাৰ ভূঞা
প্ৰকাশক ● ৰেখা প্ৰকাশন
● পাণবজাৰ
● গুৱাহাটী
💐যোৱাটো শতিকাৰ পৰা এতিয়ালৈ চাৰিটা দশকত (১৯৮৯-২০১৯) ভূপেন হাজৰিকাৰ প্ৰসংগত অসমৰ বিভিন্ন আগশাৰীৰ বাতৰি কাকত আৰু আলোচনীত প্ৰকাশিত আৰু বিশেষভাবে চৰ্চিত বিদ্যুৎ কুমাৰ ভূঞাৰ ডেৰকুৰি স্বনিৰ্বাচিত লেখাৰ সংকলিত গ্ৰন্থৰূপ::
